-
-
ধেমাজিত ৫টা আত্মসহায়ক গোটক ট্ৰেক্টৰ, Pulverizer , Rotavator বিতৰণ সাংসদ প্ৰদান বৰুৱাৰ
ধেমাজি জিলা কৃষি কাৰ্যালয়ৰ অন্তৰ্গত ধেমাজি কাৰ্য্যবাহী অভিযন্তা ( কৃষি ) কাৰ্যালয়ৰ চৌহদত লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা।
প্ৰদান বৰুৱাৰ উপস্থিতিত কৃষি যান্ত্ৰিকীকৰণ উপ-আঁচনি (SMAM)ৰ অধীনত গাওঁ পৰ্যায়ৰ কৃষি যন্ত্ৰপাতি বেংক (Village Level Farm Mechinery Bank) আৰু মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনা আঁচনি (CMSGUY)ৰ অধীনত Mini Truck বিতৰণ কৰা হয়৷
লগতে এই অনুষ্ঠানত ৫টা আত্মসহায়ক গোটৰ হিতাধিকাৰীক ট্ৰেক্টৰ, Pulverizer , Rotavator ইত্যাদি কৃষি যন্ত্ৰপাতিও বিতৰণ কৰা হয় ৷ এই কাৰ্যসূচীত ধেমাজি জিলা কৃষি বিষয়া চিৰঞ্জিত শৰ্মা প্ৰমুখ্যে অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে৷
লগতে পঢ়ক-
English Summary: Village Level Farm Mechinery Bank Installation in Dhemaji by Pradan Boruah
Share your comments