বহু পৰম্পৰাগত কৃষকৰ লগতে বহু উচ্চ শিক্ষিত উদ্যোগীয়ে এই ক্ষেত্ৰত উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰিছে । ব্স্ত্ৰ উৎপাদন ক্ষেত্ৰত আগবাঢ়ি অহা উদ্যোগীৰ সংখ্যা অধিক পৰিলক্ষিত হয় । কিন্তু কেঁচামাল অৰ্থাৎ খোলা উৎপাদনত সমানে গুৰুত্ব দিয়াটো সমানেই গুৰুত্বপূৰ্ণ।কিছুসংখ্যক উদ্যোগীয়ে দুয়োটা ক্ষেত্ৰত কাম কৰাটো আশাব্যঞ্জক বতৰা।