- 
                                
- 
                                
এৰীপলুৰ সূতা আৰু আৰু লেটাৰ পৰা নতুনকৈ প্ৰস্তুত কৰা কেইবিধামান সামগ্ৰী
                        
                     এৰীপলুৰ সূতা আৰু আৰু লেটাৰ পৰা নতুনকৈ প্ৰস্তুত কৰা কেইবিধামান সামগ্ৰী। পৃথিৱী বিখ্যাত “ছাঁতে শুকুৱা মুঠিতে লুকুৱা” মুগাৰ বস্ত্র বিচাৰি আজিও বিদেশীসকল অসমলৈ ঢপলিয়াই আহে। ৰামায়ণত অসম “পলু পোহা দেশ” বুলি উল্লেখ থকালৈ চাই এই উদ্যোগ বা শিল্পৰ অসমৰ কিমান পুৰণি তাক সহজে অনুমান কৰিব পাৰি।

                     লেটাৰ পৰা প্ৰস্তুত কৰা  PUPAE OIL।  সততাৰে কাম কৰিলে মুগা আৰু এৰী শিল্পৰ দ্বাৰা দেশৰ অৰ্থনীতিত উল্লেখযোগ্য বৰঙনি আগবঢ়াব পাৰি।

                     লেটাৰ প্ৰস্তুত কৰা সুখম খাদ্য  SILKWORM।  সততাৰে কাম কৰিলে মুগা আৰু এৰী শিল্পৰ দ্বাৰা দেশৰ অৰ্থনীতিত উল্লেখযোগ্য বৰঙনি আগবঢ়াব পাৰি।  বহুতো উদ্যোগীয়ে এই ক্ষেত্ৰত আগবাঢ়ি আহি যুগান্তকাৰী কৰ্ম কৰিবলৈ সমৰ্থ হৈছে । পলু পালন তথা খাদ্য বৃক্ষ এই দুয়োটাৰ পৰা প্ৰচুৰ পাৰ্শ্ব উৎপাদন কৰিব পৰা যায় । এৰী লেটাক পাৰ্শ্ব উৎপাদনৰ ক্ষেত্ৰত প্ৰথম স্থানত ৰাখিব পাৰি । ইয়াত শতকৰা প্ৰায় ৪০-৫০ ভাগ প্ৰ’টিন, ৪৪ ভাগ প্ৰয়োজনীয় এমাইন’ এচিদ উপৰিও ভিটামিন আদি থকাৰ বাবে উন্নত খাদ্য হিচাপে গণ্য কৰা হয় ।

                     দেশ-বিদেশত প্ৰাকৃতিক ৰঙ কৰা এৰী বস্ত্ৰৰ চাহিদা বেছি। বিশেষকৈ বিদেশী লোকে প্ৰাকৃতিক ৰঙৰ কাপোৰ বেছি পছন্দ কৰে । ভাৰতৰ দেশীয় গ্ৰাহকে ৰঙীন কাপোৰ বেছিকৈ পছন্দ কৰে।

                     পৰম্পৰাগত এৰী চাদৰৰ উপৰিও টাই, মাস্ক, স্কাফ, মাফলাৰ, চুৱেটাৰ, মেখেলাচাদৰ, শাৰী, কোট, জেকেট আদি নানা প্রকাৰৰ আটক ধুনীয়া বস্ত্র সামগ্রী এৰীৰ পৰা নিৰ্মাণ কৰা হৈছে। নৱ প্রজন্মৰ পছন্দ আৰু চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি টি চাৰ্ট, চুৰিদাৰ জাতীয় বস্ত্র নিৰ্মাণত গুৰুত্ব দিয়া হৈছে । বৰফে আবৃত দেশৰ সীমা অঞ্চলত সদা জাগ্ৰত প্ৰহৰী সেনা বাহিনীৰ বস্ত্ৰ এৰীৰ পৰা বনালে অধিক জনপ্ৰিয় হ'ব পাৰে । বৰ্তমান শীত আৰু গ্ৰীষ্মকালীন সময়ত পিন্ধিব পৰা এৰী বস্ত্ৰৰ ব্যৱহাৰ হৈছে ।

                     মুগা সূতাৰ ছাতি। সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি প্ৰতিৰোধ কৰিব পাৰে।। অনুকূল বাতাৱৰণ তথা পয্যাৰ্প্ত পৰিমানে পোৱা খাদ্য বৃক্ষৰ কাৰণে এৰী পলু পালনত উত্তৰ পূব্বাৰ্ঞ্চল সমগ্র পৃথিবীৰ ভিতৰতে অগ্রণী । বিচিত্র উপাৰ্জন আৰু মূল্য সংযোজনৰ দ্বাৰা অধিক লাভবান হ’ব পাৰি। এৰী সূতাৰ লগত যিকোনো ধৰণৰ সূতা যেনে, পাট, মুগা, টচৰ, কপাহী, কৃত্রিম, ওল আদি মিহলাই বা ব্লেণ্ডিং কৰি কাপোৰ বনাব পাৰি । ইয়াত কৃত্রিম অথবা প্রাকৃতিক সকলো ধৰণৰ ৰং কৰিব পাৰি ।

লগতে পঢ়ক- 
                    
                    English Summary:   Velvet and Erie industry in terms of potential-1
                    
Share your comments