1. News

মৰিগাঁৱত ২৫ কৃষকক Zero Tillage পদ্ধতিত আলু খেতিৰ প্ৰশিক্ষণ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
মৰিগাঁৱত ২৫ কৃষকক Zero Tillage পদ্ধতিত আলু খেতিৰ প্ৰশিক্ষণ। Zero Tillage অৰ্থাত মাটি নচহোৱাকৈ কৰা আলু খেতিৰ।

উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগ, অসমৰ উদ্যোগত আৰু মৰিগাঁও জিলা কৃষি কাৰ্যালয় আৰু APART ৰ সহযোগত আলু খেতিৰ ওপৰত বিশেষ কাৰিকৰী প্ৰশিক্ষণৰ আয়োজন।

লগতে পঢ়ক- 

Ash gourd farming : এবিঘা মাটিত কোমোৰাৰ খেতি কৰক

মৰিগাঁও কৃষি উন্নয়ন চক্ৰৰ অধীনৰ শিঙীমাৰীত প্ৰায় ২৫ গৰাকী কৃষকৰ উপস্থিতিত অনুষ্ঠিত হয় কাৰিকৰী প্ৰশিক্ষণৰ।

অনুষ্ঠানত কৃষক সকলক উন্নত ১০ টা প্ৰজাতিৰ আলুৰ জাতৰ বিষয়ে অৱগত কৰাৰ লগতে হাল নোবোৱাকৈ কেনেকৈ উন্নত জাতৰ আলু খেতি (Zero Tillage) কৰি লাভৱান হ’ব পাৰি তাৰ বিষয়ে কাৰিকৰী প্ৰশিক্ষণ আগবঢ়োৱা হয়।

Zero Tillage : হাজোত মাটি নচহোৱাকৈ আলু ৰোপন কৃষকৰ

English Summary: Training on Zero Tillage potato farming in Morigaon

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.