Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 19 July, 2022 6:19 PM IST

ৰাজ্যত অব্যাহত ছোৱাইন ফিভাৰৰ ভয়াৱহ সমক্ৰণ। অঞ্চলভেদে এই ৰোগে কালৰূপ ধাৰণ কৰিছে ৰাজ্যত। ইয়াৰ লগে লগে ৰাজ্যৰ গাহৰি পালকসকল অৱস্থা পানীত হাঁহ নচৰা হৈছে। একেই অৱস্থা গাহৰি কটা বৃত্তিৰ লগত জড়িত ব্যক্তিসকলৰ। কাৰণ ছোৱাই ফ্লুৰ সংক্ৰমণ প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰি দিয়া গাহৰি মাংসৰ বিক্ৰিও।

ইফালে ছোৱাইন ফ্লুৰ ৰোগক লৈ চিন্তিত ৰাজ্য চৰকাৰ আৰু কেতবোৰ পৰিকল্পনা বিষয়েও সংবাদমেলযোগে জানিবলৈ দিয়ে কৃষি তথা ৰাজ্য পশুপালন বিভাগৰ মন্ত্ৰী অতল বৰাই। তেওঁ কয় যে, এই ৰোগ সংক্ৰমণ ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই ৰোগ ৰুধ কৰাৰ ক্ষেত্ৰত সংক্ৰমিত গাহৰি পুতি থোৱাৰ বাহিৰে বেলেগ উপায় নাই। চৰকাৰৰ এছ অপি অনুসৰি যাৰ গাহৰিৰ দেহত এই ৰোগ পজিটিভ পোৱা হব সেই গাহৰি পুতি থোৱা হব আৰু ১০ দিনৰ ভিতৰত পুতি থলে গাহৰি পালকক চৰকাৰে সাহায্য প্ৰদান কৰিব।

এছ অ’ পি অনুসৰি গাহৰি পালকক ক্ষতিপূৰণ হিচাপে ১৫ কিলোগ্ৰাম পৰ্যন্ত গাহৰিৰ বিনিময়ত ২,২০০ টকা, ১৫ কেজিৰ পৰা ৪০ কেজি পৰ্যন্ত গাহৰিৰ বিনিময়ত ৫,৮০০ টকা, প্ৰাপ্তবয়স্ক প্ৰজননক্ষম ৪০ ৰ পৰা ৭০ কেজি ওজনৰ গাহৰিৰ বিনিময়ত ৮,৪০০ টকা, ৭০ ৰ পৰা ১০০ কেজি ওজনৰ গাহৰিৰ বিনিময়ত ১,২০০০ আৰু ১০০ কেজিৰো অধিক প্ৰজননক্ষম ওজনৰ গাহৰিৰ বিনিময়ত ১৫,০০০ টকাকৈ প্ৰদান কৰা হ’ব।

ইয়াৰ উপৰিও বিনষ্ট কৰা দানাৰ বাবে প্ৰতি কেজিত ২২ টকাকৈ দিয়াকৈ ব্যৱস্থা কৰিছে। উল্লেখ্য যে আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ বাবেই গাহৰি মাংসৰ বিক্ৰী বন্ধ কৰা হৈছে। গঠন কৰা হৈছে ৪২৭ টা ৰেপিড ৰেচপনছ টিম। চৰকাৰে গাহৰি ব্যৱসায় পুনৰুজ্জীৱিত কৰিবলৈ বিশেষ আঁচনিও গ্ৰহণৰ সিদ্ধান্ত লৈছে।

লগতে পঢ়ক-জিকা খেতি, বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ!

English Summary: SWINE FLU ON ATUL BORAH
Published on: 19 July 2022, 06:19 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now