Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 18 April, 2023 11:10 AM IST

ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যান মন্ত্ৰনালয়ৰ অধীনত সমগ্ৰ দেশতে ৰূপায়িত হৈ থকা এখন ধ্বজাবাহী আঁচনি হ’ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা । বানপানী, খৰাং, গৰা খহনীয়া আদিৰ দৰে প্ৰাকৃতিক দুৰ্য্যোগ তথা অনিষ্টকাৰী পোক-পৰুৱা আৰু বেমাৰ আজাৰ আদিৰ পৰা সম্ভাব্য ক্ষয়-ক্ষতিৰ সকাহ দিবলৈ অসমতো ৰূপায়িত হৈ আছে আঁচনি।

চলিত বৰ্ষটোত শস্য বীমাকৰণৰ জৰিয়তে ইতিমধ্যে ৰাজ্যখনৰ বুজন সংখ্যক কৃষকে এই আঁচনিৰ অধীনত আৰ্থিক সকাহ লাভ কৰিছে।ৰাজ্যখনৰ বাবে সুখৰ বতৰা এই যে ২০২২ চনৰ খাৰিফ বতৰৰ বেলিকা আঁচনিখন ৰূপায়নৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাইছে।

এই পাৰদৰ্শিতাৰ বাবে অসমে দেশৰ A2 শ্ৰেণীভূক্ত প্ৰদেশসমূহৰ ভিতৰত প্ৰথম স্হান অধিকাৰ কৰিবলৈ সমৰ্থ হৈছে।

যোৱা ১৪ এপ্ৰিল তাৰিখে চট্টিশগড়ৰৰ ৰায়পুৰত অনুষ্ঠিত হৈ যোৱা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অভিবৰ্তনত এই বটা প্ৰদান কৰা হয়। অসম চৰকাৰৰ হৈ এই বটা গ্ৰহণ কৰে নডেল বিষয়া মকিবুৰ ৰহমানে।

লগতে পঢ়ক- 

বৰপেটাত কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী পুৰুষোত্তম ৰূপালা

English Summary: Success of Assam in implementation of Crop Insurance Scheme
Published on: 17 April 2023, 06:46 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now