Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 1 August, 2022 5:28 PM IST
Special portal to be launched for flood victims, chief minister Dr Himanta Biswa Sharma announces.

ক্ষতিগ্ৰস্ত লোকক সহায়ৰ বাবে বিশেষ প’ৰ্টেল মুকলি কৰি দিয়া হ’ব। য’ত সা–সম্পদ, গৃহ হেৰুওৱা লোকে আবেদন কৰিব পাৰিব।

নলবাৰীৰ দেহাৰকুছিত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বান শিবিৰ থকা লোকসকলৰ বুজ ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে। বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘বানত গৃহহীন হোৱা লোকক পৰ্যাপ্ত সহায় কৰা হ’ব।

ক্ষতিগ্ৰস্ত লোকক সহায়ৰ বাবে বিশেষ প’ৰ্টেল মুকলি কৰি দিয়া হ’ব। য’ত সা–সম্পদ, গৃহ হেৰুওৱা লোকে আবেদন কৰিব পাৰিব। ফটোসহ আবেদন কৰিলে ক্ষতিপূৰণ দিব চৰকাৰে।’’

অতি কম সময়ৰ ভিতৰতে এই ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। দেৰাহকুছি অঞ্চলৰ শিবিৰ পৰিদৰ্শন কৰি বানাক্ৰান্তক পৰ্যাপ্ত সহায় কৰাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে।

শিশুৰ পৰা সকলো পৰ্যায়ৰ লোকে খাদ্য লাভ কৰিব লাগিব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। যত সহায় পোৱা নাই তাত আমি স্বীকাৰ কৰিছো আৰু ততাতৈয়াকৈ খাদ্য যোগান ধৰা ব্যৱস্থা গ্ৰহণ কৰিছো বুলি কয় মুখ্যমন্ত্ৰীয়ে।

লগতে পঢ়কঃ অৰুণোদয় আঁচনি কি? কোনে লাভ কৰিব এই আচঁনিৰ সুবিধা?

English Summary: Special portal to be launched in Assam
Published on: 01 August 2022, 05:28 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now