Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 6 February, 2023 5:07 PM IST
Scientific Animal Husbandry Training Workshop in Chenikuthi

ৰাষ্ট্ৰীয় পশু ধন অভিযানৰ অধীনত কামৰূপ মেট্ৰ' জিলাৰ জিলা পশুপালন ও পশু চিকিৎসা বিভাগৰ উদ্যোগত বিজ্ঞানসন্মত পশু পালন প্ৰশিক্ষণ কৰ্মশালা। আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে চেনীকুঠিস্থিত কাৰ্য্যালয়ত বিজ্ঞানসন্মত গাহৰী, ছাগলী আৰু কুকুৰা পালন সম্পৰ্কীয় প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ হয়।

কামৰূপ মেট্ৰ' জিলা ন'ডেল বিষয়া ডাঃ চাহানা বেগমৰ তত্ত্বাৱধানত আয়োজিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলা পশুপালন পশু চিকিৎসা বিষয়া ডাঃ অনুপ তালুকদাৰ,  গুৱাহাটী মহকুমাৰ মহকুমা পশুপালন ও পশু চিকিৎসা বিষয়া ডাঃ গুৰু তালুকদাৰ আৰু লগতে বিভাগৰ তথ্য সম্প্ৰসাৰণ বিষয়া ডাঃ বিমল ভট্টাচাৰ্য্য।

লগতে পঢ়ক- 

অসমত বাণিজ্যিক ফুলৰ খেতিৰ বাবে ১৫০ কোটি টকাৰ উদ্যানশস্য অভিযান

অনুষ্ঠানটো আঁত ধৰি সুচাৰুৰূপে পৰিচালনা কৰে পশু চিকিৎসা বিষয়া তথা সহকাৰী ন'ডেল বিষয়া ডাঃ প্ৰদীপ শৰ্মাই। এই কৰ্মশালা ৬/২/২৩ তাৰিখৰ পৰা ২৩/০২/২৩ তাৰিখলৈ সৰ্বমুঠ ৪৮০ জন হিতাধিকাৰীয়ে  অংশ গ্ৰহণ কৰিব। বিভাগৰ তৰফৰ পৰা নিৰ্বাচিত কৰি দিয়া সমল ব্যক্তি সকলে কৰ্মশালাত পাঠদান কৰি কৰ্মশালা খন সাফল্য মণ্ডিত কৰি তুলিব।

কৰ্মশালাখন আনুষ্ঠানিকভাৱে মুকলি কৰে কামৰূপ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাঃ অনুপ তালুকদাৰে। অনুষ্ঠানত বিভাগৰ কেইবাগৰাকীও পশু চিকিৎসা বিষয়া উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

লগতে পঢ়ক- 

স্বামী Oil Indiaৰ বিষয়া কিন্তু চুভানা হাজৰিকাই লোণ লৈ আৰম্ভ কৰিলে ব্যৱসায়

English Summary: Scientific Animal Husbandry Training Workshop in chenikuthi
Published on: 06 February 2023, 05:07 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now