-
-
গৃহজিলাৰ ধাননী পথাৰত শিক্ষামন্ত্ৰী ৰণোজ পেগু
গৃহজিলাৰ ধাননী পথাৰত শিক্ষামন্ত্ৰী ৰণোজ পেগু
অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰ কাৰ্যসূচীৰ অধীনত সংযুক্ত হাৰ্ভেষ্টাৰ মেচিনেৰে ধানকটা অনুষ্ঠানৰ শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে।
লগতে পঢ়ক-
কৃষক ৰাইজক ধানৰ অধিক উৎপাদনৰ বাবে কৃষি যান্ত্ৰিকীকৰণ তীব্ৰতৰ কৰি তুলিবলৈ আহ্বান।
অনুষ্ঠানতে তেওঁ কয়- এইবাৰ ধেমাজিত ধানৰ উৎপাদন সন্তোষজনক আৰু আমাৰ ধান ক্ৰয় আঁচনিৰ দ্বাৰা কৃষকসকল অসীমভাৱে উপকৃত হ’ব।
লগতে পঢ়ক-
English Summary: Ranoj Pegue in the paddy fields of his home district
Share your comments