বিশ্বনাথ জিলাৰ পাভৈ কৃষি চক্ৰৰ নিবাসী প্ৰগতিশীল কৃষক পুণ্য প্ৰসাদ খাউণ্ড। বিজ্ঞানৰ স্নাতক পূণ্য খাউণ্ডে কৰিছে ষ্ট্ৰ’বেৰী খেতি। দীৰ্ঘদিনে কৃষিকৰ্মৰ লগত জড়িত হৈ আহিছে খাউণ্ডে । কৃষিকৰ্মক আগবঢ়াই নিবলৈ খাউণ্ডে জিলা কৃষি কাৰ্যালয়ৰ পৰা বিভিন্ন সময়ত সা-সুবিধা তথা দিহা পৰামৰ্শ লাভ কৰিছে। লগতে পঢ়ক- Ash gourd farming : এবিঘা মাটিত আৰম্ভ কৰক ফেব্ৰুৱাৰী-এপ্ৰিলৰ ভিতৰত এইবাৰ জিলা কৃষি কাৰ্যালয়ে প্ৰদান কৰা ষ্ট্ৰবেৰী পুলিৰে খেতি কৰিছিল খাউণ্ডে। সম্প্ৰতি গছত দুই-এটা ষ্ট্ৰ’বেৰী লাগিছে। লগতে পঢ়ক- জানুৱাৰী-ফ্ৰেব্ৰুৱাৰীতে কৃষকসকলে আৰম্ভ কৰক নেডাৰলেণ্ডৰ ক’লা জিকাৰ খেতি
Share your comments