-
-
বিশ্বনাথত প্ৰগতিশীল কৃষক পুণ্য প্ৰসাদ খাউণ্ডৰ ষ্ট্ৰ’বেৰী খেতি
বিশ্বনাথ জিলাৰ পাভৈ কৃষি চক্ৰৰ নিবাসী প্ৰগতিশীল কৃষক পুণ্য প্ৰসাদ খাউণ্ড। বিজ্ঞানৰ স্নাতক পূণ্য খাউণ্ডে কৰিছে ষ্ট্ৰ’বেৰী খেতি।
দীৰ্ঘদিনে কৃষিকৰ্মৰ লগত জড়িত হৈ আহিছে খাউণ্ডে । কৃষিকৰ্মক আগবঢ়াই নিবলৈ খাউণ্ডে জিলা কৃষি কাৰ্যালয়ৰ পৰা বিভিন্ন সময়ত সা-সুবিধা তথা দিহা পৰামৰ্শ লাভ কৰিছে।
লগতে পঢ়ক-
এইবাৰ জিলা কৃষি কাৰ্যালয়ে প্ৰদান কৰা ষ্ট্ৰবেৰী পুলিৰে খেতি কৰিছিল খাউণ্ডে।
সম্প্ৰতি গছত দুই-এটা ষ্ট্ৰ’বেৰী লাগিছে।
লগতে পঢ়ক-
English Summary: Punya Prasad Khaund grows strawberries cultivation in Bishwanath
Share your comments