1. News

Army Recruitment : ইণ্ডিয়ান আৰ্মিত নাপিত, টেইলৰ, চাফাইৱালা আৰু ৰান্ধনিৰ বাবে চাকৰি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Army Recruitment 2023 for Barber, Washerman
Army Recruitment 2023 for Barber, Washerman

ইণ্ডিয়ান আৰ্মীত গ্ৰুপ চি পদৰ বাবে চাকৰি। নাপিত, টেইলৰ, চাফাইৱালা, ৰান্ধনিৰ বাবে আগ্ৰহী প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰে। এই বিষয়ে বিষদভাৱে জানিবলৈ প্ৰাৰ্থীসকলে ইণ্ডিয়ান আৰ্মীৰ অফিচিয়েল ৱেবছাইটলৈ গৈ চাব পাৰে। প্ৰাৰ্থীসকলে অফলাইনত আবেদন পত্ৰ জমা দিব লাগিব। অফিচিয়েল ৱেবছাইটত উপলব্ধ আবেদন পত্ৰ। এই সংক্ৰান্তত সময়সীমাৰ কোনো সালসলনি হ’লে সেয়া জাননীযোগে প্ৰাৰ্থীসকলক জনোৱা হ’ব।

ইণ্ডিয়ান আৰ্মীৰ গ্ৰুপ চি ৰিক্ৰুইটমেণ্ট ২০২৩ : আবেদনৰ তাৰিখ
১১ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব।

ইণ্ডিয়ান আৰ্মী গ্ৰুপ চি ৰিক্ৰুইটমেণ্ট ২০২৩ : শিক্ষাগত যোগ্যতা
ৰান্ধনি  দশম শ্ৰেণী উত্তীৰ্ণ বা সমপৰ্যায়ৰ যোগ্যতা থাকিব লাগিব। ভাৰতীয় ৰন্ধন শৈলীৰ জ্ঞান থাকিব লাগিব আৰু ট্ৰেডিঙত বিশেষ জ্ঞান থকাটো প্ৰয়োজন।
নাপিত  দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।
টেইলৰ  দশম শ্ৰেণী উত্তীৰ্ণ বা সমপৰ্যায়ৰ যোগ্যতা থাকিব লাগিব। কোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানত টেইলৰ হিচাপে ৩ বছৰৰ কামৰ অভিজ্ঞতা থাকিব লাগিব।
মেছেঞ্জাৰ, ড্ৰাফটি, চাফাইৱালা  দশম শ্ৰেণী উত্তীৰ্ণ বা সমপৰ্যায়ৰ যোগ্যতা থাকিব লাগিব।

লগতে পঢ়ক- 

কাশ্মীৰ ফাইলচ নহয় এইবাৰ BBC য়ে খুলিছে মোডীৰ গুজৰাট ফাইলছ

ইণ্ডিয়ান আৰ্মী গ্ৰুপ চি ৰিক্ৰুইটমেণ্ট ২০২৩ : বয়সৰ সীমা
১৮ৰ পৰা ২৫ বছৰৰ বয়সৰ সীমা নিৰ্ধাৰণ কৰা হৈছে।
ইণ্ডিয়ান আৰ্মী গ্ৰুপ চি ৰিক্ৰুইটমেণ্ট ২০২৩ : বেতন
১৯,৯০০–৬৩,২০০ টকা
নাপিত, টেইলৰ – ১৮,০০০–৫৬,৯০০ টকা
মেছেঞ্জাৰ, ড্ৰাফ্টমেন, চাফাইৱালা – ১৮,০০০–৫৬,৯০০ টকা

ইণ্ডিয়ান আৰ্মী গ্ৰুপ চি ৰিক্ৰুইটমেণ্ট ২০২৩ : আবেদন পদ্ধতি
আবেদন পত্ৰ ৱেবছাইটত দিয়া নিয়ম অনুসৰি যথাযথভাৱে পূৰণ কৰি তাৰ সৈতে সমস্ত প্ৰয়োজনীয় নথি আৰু চাৰ্টিফিকেটৰ জেৰক্স কপি আৰু শেহতীয়া ফটো প্ৰেৰণ কৰিব লাগিব। আ‍েদন পত্ৰ প্ৰেৰণ কৰিব লাগিব এই ঠিকনাত – "SELECTION BOARD GP 'C' POST JAK RIF REGIMENTAL CENTRE JABALPUR CANTT PIN 482001"।

লগতে পঢ়ক- 

ধেমাজিৰ আদৰ্শ কৃষক জিতু গগৈৰ ফাৰ্মখনৰ কেইখনমান আলোক চিত্ৰ

English Summary: The Indian Army Recruitment 2023 for Barber, Washerman

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.