Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 26 January, 2023 1:54 PM IST
প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা

এই আঁচনিখন আৰ্থিকভাৱে স্বচ্ছলসকললৈ নহয়, ঠেলাচালক, ৰিক্সাচালক, শ্ৰমিকসকলৰ বাবে। সাধাৰণতে দেখা যায় এজন লোকেই একোটা পৰিয়ালৰ উপাৰ্জনৰ প্ৰধান মানুহ। আৰু এই মানুহজনৰ বেমাৰ হলে বা মানুহজনৰ কিবা দুৰ্ঘটনাত পতিত বা মৃত্যু হ’লে পৰিয়ালটোৰ অৱস্থা নাইকীয়া হয়। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছে এই বীমা আঁচনিখনৰ।

প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ অধীনত বীমা কৰোঁতাজনে দৈনিক এটকাকৈ জমা কৰিব লাগিব। এই আঁচনিৰ অধিনত আপুনি বীমা কৰিবলৈ বেংকলৈ গৈ বেংক বিষয়াৰ লগত কথা পাতিব। তেওঁলোকে আপোনাক ফৰ্মখন পুৰাই দিব। ইয়াৰ বাবে আন একো নালাগে মাত্ৰ বেংকত আপোনাৰ নামত এখন একাউন্টত থাকিব লাগিব। তাতে তেওঁলোকে আপোনাক এখন ফৰ্ম দিব যিখন ফৰ্ম ফিলাপ কৰিলে আপোনাৰ ছেভিংচ একাউন্টাৰ পৰা বছৰি ৩৩০ টকা কাটি নিব। আপুনি বেলেগকৈ আকৌ বীমাৰ বাবে প্ৰতিদিনে এটকাকৈ জমা কৰিব নালাগে।

লগতে পঢ়ক- 

Ash gourd farming : এবিঘা মাটিত আৰম্ভ কৰক ফেব্ৰুৱাৰী-এপ্ৰিলৰ ভিতৰত

এনেকৈ বছৰি ৩৩০ টকা বীমাৰ নামত জমা কৰাৰ বাবদ আপোনাৰ কিবা ডাঙৰ বেমাৰ হ’লে বা দুৰ্ঘটনাত পতিত হ’লে  বা মৃত্যু হ’লে আপুনি বা আপোনাৰ পৰিয়ালে ২ লাখ টকা লাভ কৰিব। এই পলিচিৰ ধন লাভ কৰিবলৈ কোনো ধৰণৰ মেডিকেল টেষ্টৰ প্ৰয়োজন নাই। বীমা পলিচীৰ সন্মতি পত্ৰত কিছুমান বিশেষ ৰোগৰ কথা উল্লেখ আছে। আবেদন কৰোতে ক’ব লাগিব যে আপুনি সেই ৰোগত আক্ৰান্ত ।

পঞ্জীয়নৰ চৰ্তসমূহ

  • যদি আপুনি ভাৰত চৰকাৰৰ এই আঁচনিৰ অধীনত বীমা কৰে তেন্তে আপোনাক লাগিব আধাৰ কাৰ্ড, পৰিচয় পত্ৰ, বেংক একাউণ্টৰ পাছবুক,  মোবাইল নম্বৰ আৰু পাছপৰ্টৰ আকাৰৰ ফটো ।
  • আপুনি আপোনাৰ বেংক একাউণ্ট নম্বৰ আধাৰ নম্বৰৰ সৈতে লিংক কৰিব লাগিব কাৰণ আপোনাৰ পৰিচয় আধাৰৰ জৰিয়তে পৰীক্ষা কৰা হয়।
  • পলিচি বৰ্ষ ১ জুনৰ পৰা ৩১ মে’লৈ। এককালীন বিনিয়োগ এবছৰৰ বাবে।
  • যদি আপুনি স্বয়ংক্ৰিয় নবীকৰণ বাছি লৈছে, তেন্তে প্ৰতি বছৰে ২৫ মে’ৰ পৰা ৩১ মে’ৰ ভিতৰত পলিচীৰ ৪৩৬ টকা স্বয়ংক্ৰিয়ভাৱে আপোনাৰ একাউণ্টৰ পৰা কৰ্তন কৰা হয়।
  • আপুনি প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ সুবিধা ল'ব পাৰিব কেৱল আপোনাৰ একমাত্ৰ বেংক একাউণ্টৰ জৰিয়তে। ইয়াৰ সৈতে এই নীতি আন কোনো একাউণ্টৰ সৈতে সংযোগ কৰিব নোৱাৰিব।
  • এই বীমা কভাৰৰ সুবিধা পলিচি লোৱাৰ ৪৫ দিনৰ পিছতহে পোৱা যায়।

লগতে পঢ়ক-

Republic Day 2023 : মেড ইন ইণ্ডিয়াৰে এইবাৰ ৭৪ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন

English Summary: Pradhan Mantri Jeevan Jyoti Bima Yojana(PMJJBY)
Published on: 26 January 2023, 01:47 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now