Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 27 November, 2022 5:10 PM IST
মায়াঙত উন্নত পদ্ধতিৰে আলু খেতিৰ প্ৰস্তুতি।
পৰীক্ষামূলক ভাৱে এই উন্নত পদ্ধতিৰে খেতি আৰম্ভ কৰিছে মায়াঙৰ ছনতলী এফচিপিয়ে।

লগতে পঢ়ক- 

অসমৰ ৰেছম শিল্পৰ ক্ষেত্ৰখনত চৰকাৰী ৰেছম ফাৰ্মসমূহৰ ভূমিকা

উদ্যান শস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণ সঞ্চালকালয়ৰ সহযোগত মায়াঙৰ ছনতলী এফচিপিয়ে আৰম্ভ কৰিছে এই আলু খেতি।
শ শ বিঘা ভূমিত উন্নত পদ্ধতিৰে কৰা আলু খেতিয়ে এইবাৰ আলুৰ বজাৰখনলৈ নিশ্চিতভাৱে ভাল খবৰ কঢ়িয়াই আনিব।

লগতে পঢ়ক- 

এবিঘা মাটিত খেতি কৰি ২-৩ মাহতে ৬০ হাজাৰ টকা কেনেকৈ ইনকাম কৰিব!

English Summary: potato cultivation in Mayang
Published on: 27 November 2022, 05:06 IST