ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনত পৰিচালিত হস্ততাঁত উন্নয়ন আয়ুক্তৰ কাৰ্যালয় অৰ্থাৎ Office of the Development Commissioner for Handlooms ত খালী হৈছে ২৯ পদ । যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় সঞ্চালকে এক নিয়োগ বিজ্ঞাপন সংবাদ - পত্ৰত প্ৰকাশ কৰিছে । প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি , খালী পদসমূহৰ ভিতৰত আছে Junior Weaver ( 7 ) Senior Printer ( 2 ) , Jr. Assistant - Weaving ( 2 ) , Jr. Assistant - Processing ( 2 ) , Attendant Weaving ( 13 ) , Attendant Processing ( 3 ) Junior Weaver পদৰ প্ৰাৰ্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে আগশাৰীৰ বস্তু উদ্যোগত Fabric আৰু Design Loom Setting আৰু Weaving ৰ ৮ বছৰীয়া কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব । মাহে ২৯,২০০-৯২,৩০০ টকা লাভ কৰিব ।
Senior Printer পদৰ প্ৰাৰ্থী দশম শ্রেণী উত্তীৰ্ণ হোৱা নাইবা ITI ৰ পৰা Textile Printing / Screen Printing / Fabric Printing / Block Printing Trade Diploma থকাৰ লগতে আগশাৰীৰ বস্ত্ৰ উদ্যোগৰ Block / Screen_Printing / Dyeing / Processing House / Printing Unit ত ৮ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ'ব লাগিব । মাহে ২৯,২০০-৯২,৩০০ টকা লাভ কৰিব ।
Jr. Assistant Weaving পদৰ প্রার্থী দশম শ্রেণী উত্তীৰ্ণ হোৱা নাইবা ITI ৰ পৰা Textile Weaving Trade ত Diploma থকাৰ লগতে আগশাৰীৰ বস্ত্ৰ উদ্যোগৰ Silk / Cotton / WoollenWinding / Warping / Sizing কৰাৰ ৩ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ'ব লাগিব । মাহে ১৯,৯০০-৬৩,২০০ টকা লাভ কৰিব ]
Attendant - Processing পদৰ প্ৰাৰ্থী দশম শ্রেণী উত্তীৰ্ণ হোৱা নাইবা ITI ৰ পৰা Textile Dyeing / Printing / Fabric Printing / Screen Printing Trade Diploma থকাৰ লগতে আগশাৰীৰ বস্ত্ৰ উদ্যোগ Dyeing / Processing House / Unit ত ২ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ'ব লাগিব । মাহে ১৮,০০০-৫৬,৯০০ টকা লাভ কৰিব ।
আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চৰ্তাৱলীকে ধৰি আবেদন দাখিল প্ৰক্ৰিয়াৰ বিষয়ে অধিক জানিবলৈ বস্ত্ৰ মন্ত্ৰালয়ৰ ৱেবছাইট http://handlooms.nic.in & http://handlooms.nic.in/assets/img/advertisement/Advertisment%20for%20Direct%2 Recurtment . pdf লগ - ইন কৰিব পাৰে । আবেদন দাখিলৰ অন্তিম তাৰিখ ৩০ আগষ্ট , ২০২২ ।
লগতে পঢ়ক- ভাৰতীয় ডাক বিভাগত ১ লাখ চাকৰি