Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 29 December, 2023 12:06 PM IST
Now Apply For MFOI-2024

ৰাজ্যৰ কৃষকসকলৰ বাবে এটা ভাল খবৰ। অসমৰ লগতে দেশৰ প্ৰগতিশীল কৃষকসকলক সন্মান তথা সম্বৰ্ধনা জনাবলৈ সাজু হৈছে  দেশৰ সৰ্ববৃহৎ কৃষি সংবাদ প্ৰতিষ্ঠান কৃষি জাগৰণ মিডিয়া গ্ৰুপ। ২০২৩ বৰ্ষৰ দৰে ২০২৪ বৰ্ষতো কৃষি জাগৰণ মিডিয়া গ্ৰুপে আয়োজন কৰিছে MFOI-2024 অৰ্থাত Millionaire Farmer of India Awards 2024। ৫ দিনীয়া কাৰ্যসূচীৰে ২০২৪ বৰ্ষৰ ১ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ আয়োজন কৰা হৈছে এই MFOI-2024 । ইতিমধ্যে আয়োজক সমিতিয়ে কৃষকসকলক বঁটাৰ প্ৰ-পত্ৰ পূৰণ কৰিবলৈয়ো আহ্বান জনাইছে। এইবাৰ মুঠ ১৫০ টা শিতানত কৃষকসকলক বঁটা প্ৰদান কৰা হ’ব।

শিতানসমূহ এনেধৰণৰ- Millionaire Horticulture Farmer of India, Millionaire Plantation Farmer of India, Millionaire Spices Farmer of India, Millionaire Dairy Farmer of India, Millionaire Poultry Farmer of India, Millionaire Tribal Farmer of India, Millionaire FPO of The Year, Millionaire Millets Farmer of India, Millionaire Woman Farmer of India, Millionaire Vetiver Farmer of India, Millionaire Field Crops Farmer of India, Millionaire Organic Farmer of India, Millionaire Fisheries Farmer of India, Millionaire Honey farmer of India, Millionaire Floriculture farmer of India, Millionaire Fibre crop Farmer of India, Millionaire Pulses farmer of India, Millionaire Animal Husbandry Farmer of India, RFOI - Richest Farmer of India আদি।

উল্লেখ্য যে ২০২৩ বৰ্ষত প্ৰথমবাৰৰ বাবে কৃষি জাগৰণ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক এমচি ডমিনিকৰ একাণপতীয়া প্ৰচেষ্টাত কৃষি জাগৰণৰ উদ্যোগত আৰু মহিন্দ্ৰা টেক্টৰছৰ পৃষ্ঠপোষকতাত আয়োজন কৰা হৈছিল Millionaire Horticulture Farmer of India নামৰ ব্যতিক্ৰমী কৃষক বঁটা অনুষ্ঠানটো। দেশৰ প্ৰগতিশীল কৃষকসকলক সন্মান প্ৰদান অনুষ্ঠানটোত দেশৰ দুজনকৈ কেন্দ্ৰীয়মন্ত্ৰী নীতিন গাডকাৰী আৰু পুৰুষোত্তম ৰূপালা উপস্থিত থাকে।

Now Apply For MFOI-2024

MFOI জড়িয়তে দেশৰ প্ৰগতিশীল কৃষকসকলে লাভ কৰিছে এক মঞ্চ। এই মঞ্চৰ পৰা দেশৰ কৃষক, যুৱ-প্ৰজন্মলৈ এক বাৰ্তা যাব। এক সম্ভাৱনাৰ। কাৰণ এই এই কৃষক বঁটা অনুষ্ঠানটোত দেশৰ কৃষি খণ্ডৰ বিভিন্নক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱা মিলিয়নাৰ কৃষকসকলক পৰিচয় কৰাই দিব দেশৰ অগণন কৃষকক। কৃষিৰে জড়িত হৈয়ো এজন ব্যক্তি মিলিয়নাৰ যে হ’ব পাৰে তাৰ প্ৰমাণ দাঙি ধৰিব MFOI য়ে । ইয়ে দেশৰ কৃষকসকলক নিজৰ কৰ্মক্ষেত্ৰত স্থিতি নেহেৰোৱাবলৈ, একগ্ৰতাৰে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব। সাধাৰণতে আমাৰ দেশৰ কৃষকসকলৰ অৱস্থা একেবাৰে বেয়া। কৃষকসকলৰ এই অৱস্থাটোৰ প্ৰতি লক্ষ্য ৰাখি বহুলোকে কৃষিৰে জড়িত কাম-কাজৰ পৰা অলপ দূৰত্ব বজাই ৰাখে। আৰু কৃষক মানেই বহুতে ভাৱে দুখিয়া আৰু দৰিদ্ৰ- কিন্তু এই পৰম্পৰাগত ধাৰণাটো সলনি কৰিবলৈ কৃষি জাগৰণ মিডিয়া গ্ৰুপে লৈ আহিছে - MFOI - Millionaire Farmer of India Awards 2023। আগ্ৰহী কৃষকসকলে এই লিংকটোত গৈ নিজৰ নাম পঞ্জীয়ন কৰিব- https://millionairefarmer.in/as/।

লগতে পঢ়ক-

কৃষকসকলৰ বাবে এটা ঐতিহাসিক দিন হ’বলৈ গৈ আছে- ৬, ৭ আৰু ৮ ডিচেম্বৰ

English Summary: Now Apply For MFOI-2024
Published on: 29 December 2023, 12:06 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now