Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 22 October, 2022 2:51 PM IST
Now 50 thousand rupees will go directly to farmers' accounts from this bank

কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ দৰে বেংকসমূহেও নতুন আঁচনিৰ জৰিয়তে কৃষকসকলক উৎসাহিত আৰু সহায় কৰিবলৈ বেংক সদায় সাজু হৈ থাকে৷ ইয়াৰেই অংশস্বৰূপে শেহতীয়াকৈ পঞ্জাৱ নেচনেল বেংকে কৃষকৰ বাবে নতুন আঁচনি ৰচনা কৰিছে। এই আঁচনিৰ অধীনত কৃষকসকলক ৫০ হাজাৰ টকা প্ৰদান কৰে।

পঞ্জাৱ নেচনেল বেংকে কৃষকসকলক উৎসাহিত কৰাৰ বাবে এক বিশেষ আঁচনি ৰচনা কৰিছে। ইয়াৰ নাম কিষাণ তৎকাল ঋণ আঁচনি। ইয়াৰ জৰিয়তে ৫০ হাজাৰ টকা পোনপটীয়াকৈ কৃষকৰ একাউণ্টত জমা কৰা হ’ব। ইয়াৰ দ্বাৰা কৃষকসকলে কৃষি কৰ্মৰ জৰিয়তে নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব। ইয়াৰ উপৰিও আন চৰকাৰী বেংকসমূহে কৃষকৰ সুবিধাৰ্থে বহু আঁচনি ৰূপায়ণ কৰি আছে। য’ত কৃষকক কম সুতত ঋণৰ পৰিমাণ দিয়া হয়।

লগতে পঢ়ক-

নেমু গছৰ ডাল ধৰি কেনেদৰে উৎপাদন কৰিব পুলি

পঞ্জাৱ নেচনেল বেংকৰ অফিচিয়েল টুইটাৰ একাউণ্টত এই পোষ্টটো শ্বেয়াৰ কৰা হৈছে। য'ত পিএনবিয়ে এই আঁচনিৰ বিষয়ে লিখিছিল "পিএনবিয়ে প্ৰতিজন কৃষকৰ প্ৰয়োজন পূৰণ কৰিবলৈ কিষাণ তৎকাল ঋণ আঁচনি আনিছে"। এই আঁচনিৰ অধীনত কৃষকসকলে কৃষিৰ পৰা সকলো প্ৰয়োজন পূৰণ কৰিব পাৰিব।

লাভসমূহ :

পঞ্জাৱ নেচনেল বেংকৰ কিষাণ তটকাল আঁচনিৰ জৰিয়তে কৃষি খণ্ডত কৰ্মৰত কৃষকসকল উপকৃত হ’ব। তদুপৰি ইয়াৰ দ্বাৰা কৃষক গোটসমূহে লাভৱান হ’ব পাৰে। ইতিমধ্যে কিষাণ ক্ৰেডিট কাৰ্ড আৰু যোৱা ২ বছৰৰ বেংক ৰেকৰ্ড থকা কৃষকসকলেহে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব।

লগতে পঢ়ক- 

APSC পৰীক্ষাৰ সবিশেষ-১

English Summary: Now 50 thousand rupees will go directly to farmers' accounts from this bank
Published on: 22 October 2022, 01:14 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now