1. News

মিঠাতেলৰ দামবৃদ্ধিৰ বাবে সৰিয়হ খেতি কৰা কৃষক ৰাইজ ব্যস্ত পথাৰত

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Mustered  cultivation in Tamulpur
Mustered cultivation in Tamulpur

তামুলপুৰ মহকুমাৰ পথাৰত এতিয়া সৰিয়হ চপোৱাত কৃষকৰ ব্যস্ততা ৷ তামুলপুৰ দ্বাৰকুছি গান্ধীবাৰী গোসাইগাওঁ গোৰেশ্বৰৰ লগতে চৌদিশে এতিয়া ব্যস্ত সৰিয়হৰ চপোৱাত ৷

ধানৰ খেতি চপোৱাৰ পাছতে কৃষক সকল হাত সাবতি বহি থকা নাই ৷ নিজৰ মাটি দৰাত দুগুন উৎপাদনৰ আশাত সৰিয়হ তেলা জুই চাই দাম ৰ প্ৰতি লক্ষ্য ৰাখে কৃষক সকলে সৰিয়হ খেতি কৰিছিল ৷ এটা সময়ত  চৌদিশে সৰিয়হ ফুলে হালধীয়া আৱৰন লোৱা পথাৰত এতিয়া পৈনত সৰিয়হৰ চপোৱাত ব্যস্ত কৃষক ৷

লগতে পঢ়ক- 

এতিয়া পাৱাৰলুম নালাগে: অভিজিত দুৱৰাই সাজি উলিয়াইছে কম কষ্টতে চলা যঁতৰ

কোনোবাই যদি সৰিয়হ তোলাত ব্যস্ত কোনোবাই মৰনা মৰাত ব্যস্ত হৈ পৰিছে ৷ এইবেলি সৰিয়হৰ খেতি কিছুমানৰ ভাল হ’ল যদিওঁ একাংশৰ খেতি জলবায়ুৰ পৰিবৰ্তন জলসিঞ্চনৰ অভাৱ ভেজাল ৰাসয়নিক সাৰ প্ৰয়োগৰ কাৰনে সৰিয়হৰ ফল কিছু পৰিমানে হ্ৰাস পাইছে ৷

আনহাতে কিছুমানত বলৰৰ ফলত মোৱা পোকে গছৰ ডালতে সৰিয়হ ৰ বীজবোৰ নষ্ট কৰাত খেতিয়ক সকল বিপাঙত পৰা দেখা গৈছে ৷ ইপিনে এইবাৰ সৰিয়হৰ দাম  যোৱাবাৰা তুলনাত কম হোৱাত কৃষক সকল কিছু আশাহত হোৱাও দেখা গৈছে।

লগতে পঢ়ক- 

তামুলপুৰত পাৱাৰলুমত উৎপাদিত বস্ত্ৰৰ বিৰুদ্ধে অভিযান মহকুমা প্ৰশাসনৰ

English Summary: Mustered cultivation in Tamulpur

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.