Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 26 September, 2022 12:16 PM IST
Modi praised the Bailey edition of the Hemkosh in Mann Ki Baat

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন কী বাত এই মাহৰ খণ্ডটোত সশ্ৰদ্ধাৰে সোঁৱৰণ কৰা শুনিবলৈ পোৱ গ’ল ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ নাম। হেমকোষৰ ব্ৰেইলী সংস্কৰণৰ প্ৰসংগত ক’বলৈ গৈ  প্ৰধানমন্ত্ৰী মোডীয়ে ১৯ শ শতিকাতে প্ৰকাশ কৰা হেমকোষৰ প্ৰসংগও উল্লেখ্য কৰে। লগতে লগতে মোডীয়ে এই অভিধানখনৰ ব্ৰেইলী সংস্কৰণৰ কথাও উল্লেখ কৰি জয়ন্ত বৰুৱাৰ এই সংবেদনশীল প্ৰয়াসৰ শলাগ লয়।

প্ৰায় ১ লাখৰো অধিক শব্দ থকা অসমীয়া ভাষাৰ প্ৰথমখন অভিধান দৃষ্টিহীন লোকৰ বাবে ব্ৰেইলী সংস্কৰণত প্ৰকাশ কৰাৰ বাবে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাৰ প্ৰশংসা কৰে।

দক্ষিণ-পূব এছিয়াৰ প্ৰথমখন ব্ৰেইলী অভিধান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত প্ৰদান কৰিছিল জয়ন্ত বৰুৱাই।

প্ৰধানমন্ত্ৰীয়ে মন কী বাতত কয় – “কিছু দিনৰ পূৰ্বে মই হেমকোষৰ ব্ৰেইলী সংস্কৰণখন পাইছো। হেমকোষ অসমীয়া ভাষাৰ আটাইতকৈ পুৰণি অভিধান। ১৯০০ চনতে এইখন সম্পাদনা কৰিছিল প্ৰখ্যাত ভাষাবিদ হেমচন্দ্ৰ বৰুৱাই। মই এই সংবেদনশীল প্ৰয়াসক শলাগ লৈছো।”

লগতে পঢ়ক- দিখৌমুখত মীনপালকৰ পুখুৰীত বিহ দিলে দুৰ্বৃত্তই

English Summary: Modi praised the Bailey edition of the Hemkosh in Mann Ki Baat
Published on: 26 September 2022, 11:56 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now