Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 2 December, 2022 2:05 PM IST
toll gate

কৰ্ণাটকৰ উডুপিত আজিৰে পৰা টোলগেটৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ। প্ৰতিবাদত অংশগ্ৰহণ কৰে উডুপি আৰু দক্ষিণ কানাড়া জিলাৰ টেক্সিৰ মালিক আৰু চালকসকলৰ লগতে সাধাৰণ জনতায়ো। প্ৰতিবাদৰ প্ৰতি লক্ষ্য কৰি জিলাখনখনৰ প্ৰশাসনো ইতিমধ্য ইতিমধ্যে সষ্টম হৈ পৰিছে।

লগতে পঢ়ক-

ধান দোৱা পথাৰসমূহত শেহতীয়াকৈ কৰিব পাৰিব এই শাক-পাচলিসমূহৰ খেতি

উল্লেখ্য যে টোলকৰ বিষয়টোক লৈ উডুপিৰ বিধায়ক কে ৰঘুপতি ভাটে বৃহস্পতিবাৰে দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে আৰু হেজমাদী টোলগেটত টোল শুল্ক বৃদ্ধিৰ সম্ভাৱ্য পৰিণতিৰ বিষয়ে আলোচনা কৰে।

MLA K Raghupathi Bhat meets Union minister Nitin Gadkari

সাক্ষাতৰ পাছতে সংবাদমাধ্যত আগত বিধায়কগৰাকীয়ে কয়-"সুৰাথকালৰ টোলগেট হেজমাদী প্লাজাৰ সৈতে একত্ৰীকৰণৰ সৈতে জড়িত বিষয়সমূহৰ বিষয়ে বুজাই দিছো। মন্ত্ৰীগৰাকীক উপযুক্ত সিদ্ধান্ত ল'বলৈ অনুৰোধ জনাইছো। সোমবাৰে এনএইচএআইৰ বিষয়াসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে সন্মতি প্ৰকাশ কৰিছে। জিলা প্ৰশাসনক অনুৰোধ জনাইছো  যেতিয়ালৈকে কেন্দ্ৰীয় মন্ত্ৰীয়ে এনএইচএআইৰ বিষয়াসকলৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ নকৰে তেতিয়ালৈকে হেজমাডীত যাতে টোল বৃদ্ধি নহয়।’

ইফালে উডুপি জিলাপ্ৰশাসনে গাডকাৰী আৰু এনএইচএআইৰ বিষয়াসকলৰ আলোচনালৈ বাট নাচায় টোলকৰ পূৰ্বৰ দৰেই সংগ্ৰহ কৰি আহিছে। তাৰেই প্ৰতিবাদত আজি বিৰোধীৰ লগতে উডুপি আৰু দক্ষিণ কানাড়া জিলাৰ টেক্সিৰ মালিক আৰু চালকসকলৰ লগতে সাধাৰণ জনতায়ো প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক- 

আজি অসম দিৱস, ৰাজ্যজুৰি চাওলুং চুকাফাক সোঁৱৰণ

English Summary: MLA K Raghupathi Bhat meets Union minister Nitin Gadkari
Published on: 02 December 2022, 12:47 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now