Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 10 October, 2023 6:40 PM IST
Now Apply Millionaire Spices Farmer of India

সম্প্ৰতি আদা, জালুক, হালধি লগতে অন্যান্য মছলাজাতীয় খেতি আমাৰ কৃষকসকলে ব্যৱসায়িকভাৱে কৰিবলৈ আৰম্ভ কৰিছে। আৰু বহু কৃষকে সফলতাও লাভ কৰিছে।

সম্প্ৰতি চাহ বাগানত ছাঁৰ বাবে দিয়া গছত, তামোলৰ গছত অসমৰ কৃষকসকলে জালুকৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে। থিক একেদৰে অসমৰ বজাৰখনৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি হালধি আৰু আদা খেতিয়ো আৰম্ভ কৰিছে অসমৰ কৃষকসকলে।

এনেদৰে মচলা জাতীয় শস্যৰ খেতিৰ সফলতা লাভ কৰা দক্ষ তথা প্ৰগতিশীল কৃষকসকলক সন্মান জনাব দেশৰ সৰ্ববৃহত কৃষি সংবাদ প্ৰতিষ্ঠান কৃষি জাগৰণ মিডিয়া গ্ৰুপে। ৬,৭ আৰু ৮ ডিচেম্বৰত ৰাজধানী দিল্লীত অনুষ্ঠিত হ’বলগীয়া Millionaire Farmer of India Awards 2023 ত বঁটাৰে সম্বৰ্ধনা জনাব এই মছলা জাতীয় শস্যৰ খেতি কৰা কৃষকসকলক।

যদি আপুনিও এই মচলাজাতীয় শস্যৰ খেতিৰে সফলতা লাভ কৰিছে তেন্তে আজিয়েই https://millionairefarmer.in/ এই লিংকত গৈ আপোনাৰ নাম পঞ্জীয়ন কৰক।

লগতে পঢ়ক- 

Apply now: উদ্যমী কৃষকসকলক ৬,৭ আৰু ৮ ডিচেম্বৰত কৃষি জাগৰণে জনাব সন্মান

English Summary: Millionaire Spices Farmer of India
Published on: 10 October 2023, 06:37 IST