1. News

Now Apply : আদা, জালুক, হালধি খেতিৰ কৃষকসকলে আবেদন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Now Apply Millionaire Spices Farmer of India
Now Apply Millionaire Spices Farmer of India

সম্প্ৰতি আদা, জালুক, হালধি লগতে অন্যান্য মছলাজাতীয় খেতি আমাৰ কৃষকসকলে ব্যৱসায়িকভাৱে কৰিবলৈ আৰম্ভ কৰিছে। আৰু বহু কৃষকে সফলতাও লাভ কৰিছে।

সম্প্ৰতি চাহ বাগানত ছাঁৰ বাবে দিয়া গছত, তামোলৰ গছত অসমৰ কৃষকসকলে জালুকৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে। থিক একেদৰে অসমৰ বজাৰখনৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি হালধি আৰু আদা খেতিয়ো আৰম্ভ কৰিছে অসমৰ কৃষকসকলে।

এনেদৰে মচলা জাতীয় শস্যৰ খেতিৰ সফলতা লাভ কৰা দক্ষ তথা প্ৰগতিশীল কৃষকসকলক সন্মান জনাব দেশৰ সৰ্ববৃহত কৃষি সংবাদ প্ৰতিষ্ঠান কৃষি জাগৰণ মিডিয়া গ্ৰুপে। ৬,৭ আৰু ৮ ডিচেম্বৰত ৰাজধানী দিল্লীত অনুষ্ঠিত হ’বলগীয়া Millionaire Farmer of India Awards 2023 ত বঁটাৰে সম্বৰ্ধনা জনাব এই মছলা জাতীয় শস্যৰ খেতি কৰা কৃষকসকলক।

যদি আপুনিও এই মচলাজাতীয় শস্যৰ খেতিৰে সফলতা লাভ কৰিছে তেন্তে আজিয়েই https://millionairefarmer.in/ এই লিংকত গৈ আপোনাৰ নাম পঞ্জীয়ন কৰক।

লগতে পঢ়ক- 

Apply now: উদ্যমী কৃষকসকলক ৬,৭ আৰু ৮ ডিচেম্বৰত কৃষি জাগৰণে জনাব সন্মান

English Summary: Millionaire Spices Farmer of India

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.