Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 22 November, 2023 4:47 PM IST
Millionaire Farmer of India Awards 2023 gets support from FMC Corporation will participate as sponsor of the program

দেশৰ কৃষকসকলক এক নতুন পৰিচয় দিবলৈ মহিন্দ্ৰা ট্ৰেক্টৰছৰ পৃষ্ঠপোষকতাত ভাৰতীয় কোটিপতি কৃষক বঁটা ২০২৩য়ে এতিয়া দেশৰ অন্যতম বৃহৎ সাৰ কোম্পানী এফ এম চিৰ সহযোগিতা লাভ কৰিছে।

এতিয়া কৃষি জাগৰণে আয়োজন কৰা এই বিশেষ বঁটা প্ৰদান অনুষ্ঠানটো এফ এম চি কৰ্পৰেশ্যনে পৃষ্ঠপোষকতা কৰিবলৈ ওলাইছে আৰু কৃষি জাগৰণে এই বিশেষ অংশীদাৰিত্বৰ বাবে এফ এম চি কৰ্পৰেশ্যনক আন্তৰিকতাৰে আদৰণি জনাইছে।

লগতে পঢ়ক- 

Inspiring Story : কাঠফুলা, কেঁচুসাৰৰ পৰা মৰুৱা, কণী ধানলৈ মুনমী শইকীয়া

আপোনালোকক কওঁ যে এফ এম চি কৰ্পৰেশ্যন হৈছে আমেৰিকাৰ কেমিকেল মেনুফেকচাৰিং কোম্পানী, যিয়ে ১৮৮৩ চনত কীটনাশক উৎপাদনকাৰী হিচাপে আৰম্ভ কৰিছিল আৰু পিছলৈ আন উদ্যোগলৈও সম্প্ৰসাৰিত হৈছিল।

Millionaire Farmer of India Awards 2023 Sponsored by Mahindra Tractors ভাৰতীয় কৃষিৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ বঁটা প্ৰদৰ্শনী হ’ব। যিটো অহা মাহত অৰ্থাৎ ২০২৩ চনৰ ৬-৭ আৰু ৮ ডিচেম্বৰত নতুন দিল্লীৰ পুছা খেলপথাৰত আয়োজন কৰা হ’ব। য’ত কৃষক, কৃষি বিজ্ঞানী আৰু কৃষি খণ্ডৰ সৈতে জড়িত বহু বৃহৎ কোম্পানীয়ে অংশগ্ৰহণ কৰিব।

লগতে পঢ়ক- 

MT MFOI-2923 ৰ সহপৃষ্ঠপোষকৰূপত Dhanuka Agritech Limited

English Summary: Millionaire Farmer of India Awards 2023 gets support from FMC Corporation will participate as sponsor of the program
Published on: 22 November 2023, 04:46 IST