Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 23 November, 2024 5:27 PM IST
MFOI Will Change Your Concept of Farmers

কৃষি জাগৰণ মিডিয়া গ্ৰুপ , মহিন্দা টেক্টৰছ আৰু ICAR ৰে আয়োজন কৰা মিলিয়নাৰ ফাৰ্মাৰ অৱ দা ইণ্ডিয়া এৱাৰ্ড ২০২৪ অনুষ্ঠানত Star Farmer Speaker হিচাপে অংশগ্ৰহণ কৰিব লগা কৃষকসকলৰ বিষয়ে দুটামান কথা। কৃষিক্ষেত্ৰখনৰ লগত জড়িত হৈয়ো Star Farmer Speakerৰ সকলে কেনেকৈ অবিশ্বাস্য সফলতা লাভ কৰিছে তাৰ আঁৰৰ কাহিনীবোৰ তেওঁলোকে Millionaire Farmer of India Award 2024 ত তৃণমূল পৰ্যায়ৰ কৃষকসকলৰ সৈতে মত-বিনিময় কৰিব।

কেৱল ভাৰতবৰ্ষৰে নহয় বিশ্বৰ বিভিন্নপ্ৰান্তৰ Star Farmerসকলে Millionaire Farmer of India Award 2024 অংশগ্ৰহণ কৰিব। সেইসকলৰ ভিতৰত আছে- ষ্টিভ ৱেৰব্ল'। তেওঁ আন্ত:ৰাষ্ট্ৰীয় কৃষি সাংবাদিক ফেডাৰেচনৰ সভাপতি, উপস্থিত থাকিব য়ুচুফ আব্দুল ৰহমান,। য়ুচুফ আব্দুল ৰহমান চৌদি আৰৱৰ এজন সফল কৃষক। উপস্থিত থাকিব অভিজিত ঘূলে। তেওঁ Millionaire Farmer of India Award 2024 ত উপস্থিত থাকি  বায়ম টেকন’লজি সন্দৰ্ভত কৃষকসকলৰ সৈতে মত-বিনিময় কৰিব। 

উপস্থিত থাকিব বিদেশী মূলৰ শাক-পাচলিৰ চাহিদা প্ৰতি লক্ষ্য কৰি বিদেশৰ পৰা শাক-পাচলি ৰপ্তানি কৰি এজন সফল উদ্যোগপতি হিচাপে নিজক প্ৰতিষ্ঠা কৰা গভিক নাইডু। তেওঁ কৃষিক্ষেত্ৰখনত লুকাই থকা সম্ভাৱনা সন্দৰ্ভত কৃষকসকলৰ সৈতে মত বিনিময় কৰিব। আপোনাক জনাও আহি থকা ডিচেম্বৰ মাহৰ ১-৩ তাৰিখলৈ নতুন দিল্লীস্থিত ICAR পুচা গ্ৰাউণ্ডত অনুষ্ঠিত হব- Millionaire Farmer of India Award 2024। 

Entry Pass অৰ বাবে এই লিংকত ক্লিক কৰক- https://millionairefarmer.in/get-visitor-pass/

লগতে পঢ়ক- 

১-৩ ডিচেম্বৰলৈ নতুন দিল্লীৰ ICAR, পুছা গ্ৰাউণ্ডত The Millionaire Farmer of India 2024

English Summary: MFOI Will Change Your Concept of Farmers
Published on: 23 November 2024, 05:27 IST