Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 22 July, 2023 11:19 AM IST
pmfby latest update

বানপানী, খৰাং, শস্যৰ বেমাৰ -আজাৰ, পোক- পৰুৱা আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ফলত কিছুমান জাননীকৃত শস্যৰ ক্ষেত্ৰত হোৱা ক্ষতিৰ বিপৰীতে ফচল বীমাৰ জৰিয়তে কৃষকক সকাহ দিয়াৰ বাবে সমগ্ৰ দেশতে  প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (PMFBY) আঁচনিখন ২০১৬ বৰ্ষৰ পৰা আৰম্ভ কৰা হয৷ এই আঁচনিখনৰ ৰূপায়নে বহু কৃষকক সকাহ দিয়া পৰিলক্ষতি হৈছে।

বিশেষকৈ যিকোনো প্ৰাকৃতিক দুৰ্যোগত আপোনাৰ খেতিডৰা নষ্ট হয় আৰু যদি আপুনি খেতি পথাৰ দৰে বীমা কৰি থয় তেতিয়া তাৰ ক্ষতিপূৰণ লাভ কৰিব। এইবিষয়ে আমাৰ বহু কৃষকে নাজানে! অৱশ্যে ৰাজ্য কৃষি বিভাগে যথেষ্ট কাম কৰি আহিছে। সজাগতা সভা আয়োজন কৰিছে। অঞ্চলে অঞ্চলে গৈ শস্য বীমা আঁচনিৰ বীমা কৰাবৰ বাবে শিবিৰৰ আয়োজন কৰিছে।

লগতে পঢ়ক- 

Plum farming : বগৰী খেতিৰ বিষয়ে সবিশেষ জানিবলৈ এই প্ৰবন্ধ পঢ়ক !

শেহতীয়াকৈ এই আঁচনিৰ অংশীদাৰ হোৱাৰ বাবেই মাজুলী জিলাৰ জেংৰাই কৃষি চক্ৰৰ অন্তৰ্গত কুমাৰবাৰী গাঁৱৰ কৃষক যোছেফ পেগুৱে অলপতে বীমাকৃত শস্যৰ ক্ষতিৰ বিপৰীতে ধনৰাশি পাবলৈ সক্ষম হয় আৰু আৰ্থিক সংকটৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ পায়। কৃষকগৰাকীয়ে সৰিয়হৰ বাবে ১০০ টকাৰে কৰা শস্য বীমাৰ বিনিময়ত ৭ জুলাই তাৰিখে নিৰ্দিষ্ট বেংক একাউণ্টত ১৪,৯৬৪ টকা লাভ কৰে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (PMFBY)ৰ অধীনত খাৰিফ ২০২৩ বৰ্ষৰ বাবে শালি ধানৰ শস্য বীমা পঞ্জীয়নৰ অন্তিম দিন হৈছে ৩১ জুলাই ২০২৩। যিসকল কৃষকে এতিয়াও শালী ধানৰ বীমা কৰোৱা নাই তেওঁলোকক সোনকালে বীমা কৰাবলৈ অনুৰোধ জনাইছে।

লগতে পঢ়ক- 

Assam Govt. Jobs : ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতীসকলৈ আশাৰ বতৰা

English Summary: Latest update of Pradhan Mantri Fosol bima Yojana
Published on: 22 July 2023, 11:19 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now