Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 18 August, 2022 3:46 PM IST
Latest Post Office Recruitment 2022

নিৱনুৱাসকলৰ বাবে ভাল অতি খবৰ৷ ভাৰতীয় ডাক বিভাগে ১ লাখৰো অধিক খালী পদত নিযুক্তি প্ৰদান কৰিব৷ অৰ্থাৎ ভাৰতীয় ডাক বিভাগত নিৱনুৱা যুৱক-যুৱতীসকলে চৰকাৰী চাকৰি লাভ কৰাৰ এক বৃহৎ সুযোগ আহিছে।

দেশৰ ২৩টা ডাক চাৰ্কোলত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে অনুমোদন প্ৰদান দিছে কেন্দ্ৰীয় চৰকাৰে। ভাৰতীয় ডাগ বিভাগে জাৰি কৰা অধিসূচনা অনুসৰি পোষ্টমেন পদৰ বাবে ৫৯,০৯৯টা, মেইল ​​গাৰ্ডৰ বাবে ৩,৭৫৩৯টা আৰু মাল্টি টাস্কিং পদৰ বাবে ৩৭,৫৩৯টা পদ খালী হৈ আছে

ইয়াৰ লগতে ষ্টেনোগ্ৰাফাৰৰ পদসমূহতো খালী পদ চাৰ্কোল পৰ্যায়ত অনুমোদন কৰা হৈছে। জাননী অনুসৰি অন্ধ্ৰ প্ৰদেশ চাৰ্কোলৰ ডাকঘৰৰ বাবে ২,২৮৯ টা, মেইল ​​গাৰ্ডৰ বাবে ১০৮ টা আৰু এমটিএছৰ বাবে ১,১৬৬ টা পদ খালী হৈ আছে। তেলেংগানা চাৰ্কোলত ডাকঘৰৰ বাবে ১,৫৫৩ টা, মেইল ​​গাৰ্ডৰ বাবে ৮২ টা আৰু এমটিএছৰ বাবে ৮৭৮টা পদ খালী হৈছে।

অত্যাৱশ্যকীয় শৈক্ষিক অৰ্হতা- ডাক চাৰ্কোলৰ পদসমূহৰ বাবে প্ৰাৰ্থীসকলে দশম স্থানত উত্তীৰ্ণ হ’ব লাগিব। লগতে কম্পিউটাৰৰ জ্ঞান থকাতো অতি প্ৰয়োজনীয়। ইয়াৰ বাহিৰেও কিছুমান পদৰ বাবে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ অৰ্হতাও বিচৰা হৈছে। প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ৩২ বছৰ হ’ব লাগিব।

লগতে পঢ়ক- কোম্পানীৰ চাকৰি এৰি মিশ্ৰিত ফাৰ্মেৰে আত্মনিৰ্ভৰশীল ধেমাজিৰ জিতু!

English Summary: Latest Post Office Recruitment 2022
Published on: 18 August 2022, 03:46 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now