Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 14 March, 2023 1:39 PM IST
কৃষক মেলা, শিৱসাগৰ

শিৱসাগৰত কৃষক মেলা। শিৱসাগৰ জিলা কৃষি কাৰ্যালয়ৰ প্ৰাংগনত দুদিনীয়াকৈ  আয়োজন কৰা হৈছে এই কৃষক মেলা। জিলা কৃষি কাৰ্যালয় তথা কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (ATMA)ৰ উদ্যোগত আয়োজন কৰা হৈছে এই কৃষক কৃষক মেলাৰ৷

কৃষক মেলাৰ বিপণী

আজি পুৱাই মেলাখনৰ শুভ উদ্বোধন কৰে শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে। মেলাখনত জিলাখনৰ বহু কেইগৰাকী প্ৰগতিশীল কৃষক, কৃষি গোট আৰু এফ পি চিৰ সদস্য, মহিলা আত্মসহায়ক গোটে নিজৰ নিজৰ উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনীৰ লগতে বিক্ৰীৰ ব্যৱস্থা কৰিছে।

লগতে পঢ়ক- 

ডিব্ৰুগড়ত হৃদয় বিদাৰক ঘটনা, ২০ টা শগুণৰ মৃত্যু, ৭০ টা অসুস্থ

কৃষক মেলাৰ বিপণী

সেইদৰে শিৱসাগৰ জিলাৰ পশু চিকিৎসা বিভাগ, ৰেচম বিভাগ, মীন বিভাগ, পশুপালন আৰু পশু চিকিৎসা বিভাগ আদিয়েও এই মেলাত অংশগ্ৰহণ কৰিছে। মেলাখনত জিলা কৃষি বিষয়া বলীন্দ্ৰ নাথ চেতিয়া প্ৰমুখ্যে অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।

চুভানা হাজৰিকাৰ বিপণী

জিলা কৃষি কাৰ্যালয় তথা কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণে আয়োজন কৰা এই মেলাখন কৃষক, উতপাদক, এফ চি পিৰ সদস্য, মহিলা আত্মসহায়ক গোটে, থলুৱা উদ্যোগীসকলক উতসাহিত কৰিব আশা কৰা হৈছে।

লগতে পঢ়ক- 

ফাগুনতে ঢোলৰ গুমগুমনিয়ে কপাইছে টীয়ক, ১৪ এপ্ৰিলত ১১ হাজাৰ নাচনীয়ে একেলগে কপাব সৰুসজাই

English Summary: Krishok mela in Sivasagar
Published on: 14 March 2023, 01:38 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now