1. News

Krishi Mela : মহানগৰীৰ ক্ষেত্ৰীত কৃষি মেলা আৰু প্ৰদৰ্শনী

PANKAJ KHANIKAR
PANKAJ KHANIKAR
কামৰূপ(ম) কৃষি কাৰ্যালয়ৰ উদ্যোগত ক্ষেত্ৰী কৃষি উন্নয়ন চক্ৰত আজি এখনি কৃষি মেলা তথা প্ৰদৰ্শনী আয়োজিত কৰা হয়।
কামৰূপ(ম) কৃষি কাৰ্যালয়ৰ উদ্যোগত ক্ষেত্ৰী কৃষি উন্নয়ন চক্ৰত আজি এখনি কৃষি মেলা তথা প্ৰদৰ্শনী আয়োজিত কৰা হয়।

কৃষক ৰাইজৰ মাজত 'ভূমি স্বাস্থ্য কাৰ্ড' আৰু কৃষি বিভাগৰ অন্যান্য আঁচনিৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই মেলাখন অনুষ্ঠিত কৰা হৈছে৷

উল্লেখযোগ্য যে মেলা খনত পিএম কিষাণ আঁচনিৰ 'সহায়ক কক্ষ'ৰ লগতে IPPB একাউণ্ট খোলাৰো ব্যৱস্থা কৰা হৈছে৷

মেলাখনে কৃষক আৰু থলুৱা ক্ষুদ্ৰ উদ্যোগীসকলক উতসাহিত কৰিব বুলি কয় উদ্যোক্তাসকল।

লগতে পঢ়ক- 

Budget Session 2023 : ঘৰতে বহি বহি প্ৰতিগৰাকী মহিলাই পাব ১৪০০ টকা, ৩,৪২০ কোটি টকা ধাৰ্য অজন্তা নেওগৰ

English Summary: Krishi Mela in Sivsagar

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.