
মাজুলিৰ ভকচ চাপৰিত কৃষক চন্দ্ৰ ভৰালীয়ে বিজ্ঞানসন্মত পদ্ধতিৰে আৰম্ভ কৰিছে ভোট জলকীয়াৰ খেতি।

পোক-পৰুৱাৰ লগতে গৰু-ছাগলীৰ পৰা খেতিডৰা সুৰক্ষা দিবলৈ কৃষকগৰাকীয়ে গ্ৰহণ কৰিছে অভিনৱ পদক্ষেপ।

তেওঁ পোক পৰুৱা নিয়ন্ত্ৰণৰ বাবে লাইট ট্ৰেপ (Light Trap), হালধীয়া ষ্টিকী ট্ৰেপ (Yellow Sticky Trap) ইত্যাদি ব্যৱহাৰ কৰিছে।

লগতে মাজুলী জিলা কৃষি কাৰ্যালয়ৰ পৰা লাভ কৰা প্লাষ্টিক মাল্চিং ফিল্ম (Plastic Mulching Film) আৰু পলি হাউচ (Poly House)ৰ দৰে সামগ্ৰী ব্যৱহাৰেৰে এই খেতি আৰম্ভ কৰিছে।
লগতে পঢ়ক-
Share your comments