- 
                                
- 
                                
এশ বছৰ অতিক্ৰম কৰিলে যোৰহাট আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰই
                        
                     ১৯২৩ চনত Rice Experimental Station নামেৰে স্থাপন হোৱা বৰ্তমানৰ তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰটোৱে শতবৰ্ষ গৰকিলে।
            ১৯২৩ চনত Rice Experimental Station নামেৰে স্থাপন হোৱা বৰ্তমানৰ তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰটোৱে শতবৰ্ষ গৰকিলে।
    
                     অসমৰ কৃষি গৱেষণা ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াই অহা এই কৃষি গৱেষণা কেন্দ্ৰটিৰ শতবৰ্ষ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত শনিবাৰে অংশ লয় ৰাজ্যৰ কৃষিমন্ত্ৰীগৰাকীয়ে।
            অসমৰ কৃষি গৱেষণা ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াই অহা এই কৃষি গৱেষণা কেন্দ্ৰটিৰ শতবৰ্ষ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত শনিবাৰে অংশ লয় ৰাজ্যৰ কৃষিমন্ত্ৰীগৰাকীয়ে।
    
                     লগতে গৱেষণা কেন্দ্ৰটোৰ চৌহদত নিৰ্মাণ হ'বলগীয়া "সংগ্ৰহালয় তথা প্ৰশিক্ষণ কেন্দ্ৰ" এটিৰো  আধাৰশিলা স্থাপন কৰে কৃষিমন্ত্ৰী গৰাকীয়ে।
            লগতে গৱেষণা কেন্দ্ৰটোৰ চৌহদত নিৰ্মাণ হ'বলগীয়া "সংগ্ৰহালয় তথা প্ৰশিক্ষণ কেন্দ্ৰ" এটিৰো  আধাৰশিলা স্থাপন কৰে কৃষিমন্ত্ৰী গৰাকীয়ে।
    
লগতে পঢ়ক- 
                
                     গৱেষণা কেন্দ্ৰটোৱে চৌহদৰ সমীপত ৰোপণ কৰা উন্নতজাতৰ ধানৰ সোণোৱালী পথাৰখনো পৰিদৰ্শন কৰি  কৰে কৃষিমন্ত্ৰী অতুল বৰাই।
            গৱেষণা কেন্দ্ৰটোৱে চৌহদৰ সমীপত ৰোপণ কৰা উন্নতজাতৰ ধানৰ সোণোৱালী পথাৰখনো পৰিদৰ্শন কৰি  কৰে কৃষিমন্ত্ৰী অতুল বৰাই।
    
                     অনুষ্ঠানতে সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ খাদ্য বিজ্ঞান আৰু পৰিপুষ্টি বিভাগে নতুনকৈ প্ৰস্তুত কৰি উলিওৱা "তাৎক্ষণিক খিচিৰি মিশ্ৰণ (AAU Select instant Khichdi Mix)" শীৰ্ষক পুষ্টিকৰ খাদ্য সামগ্ৰীবিধ মুকলি কৰে কৃষিমন্ত্ৰীগৰাকীয়ে। অতি কম সময়ৰ ভিতৰতে সিদ্ধ কৰিব পৰা এই পুষ্টিকৰ খাদ্য সামগ্ৰীবিধ ৰাইজে আদৰি ল'বলৈ আহ্বান জনায় কৃষিমন্ত্ৰীগৰাকীয়ে।

                    English Summary:   Jorhat Regional Agricultural Research Center celebrated its 100th anniversary
                    
Share your comments