-
-
গোৱালপাৰাত জিলা কৃষি বিভাগৰ অধীনত প্ৰৰ্দশনীমূলক মিলেট খেতি
গোৱালপাৰাত জিলাখনৰ কৃষি বিভাগৰ প্ৰৰ্দশনীমূলক মিলেট খেতি।
অসম মিলেট মিছন ২০২২-২৫ বৰ্ষৰ অধীনত কৰা হৈছে এই প্ৰদৰ্শনীমূলক খেতি।
লগতে পঢ়ক-
১৮ নৱেম্বৰ তাৰিখে প্ৰৰ্দশনীসমূলক খেতি পৰিদৰ্শন কৰে নয়ন কুমাৰ বৰা (ডি এ অ’), বগৰাম বড়ো (SDAO DOCC & NTC), সুকন্যা মেধি (এম ই) আৰু অন্যান্য বিষয়াসকলে।
লগতে উপস্থিত থাকে গোৱালপাৰা জিলা কৃষি কাৰ্যালয়ৰ কৰ্মচাৰীসকল।
লগতে পঢ়ক-
English Summary: Inspection of finger millet cultivation
Share your comments