Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 17 September, 2022 11:50 AM IST
IFAJ President Lena Johanson at KJ Choupal

শুক্ৰবাৰে কৃষি জাগৰণ চৌপালত অনুষ্ঠিত হৈছে  আন্তঃৰাষ্ট্ৰীয় কৃষি সাংবাদিক ফেডাৰেশ্যন সভাপতি (IFAJ) লেনা জনছন। নতুন দিল্লীৰ কৃষি জাগৰণৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে আন্তঃৰাষ্ট্ৰীয় কৃষি সাংবাদিক গৰাকীয়ে। অনুষ্ঠানটোত জনছনক সংগ দিয়ে যোগাযোগ বিশেষজ্ঞ এলিডা থিয়েৰী আৰু লিণ্ডি বোথা। আজি পুৱা 9.30 বজাত অনুষ্ঠিত হোৱা অনুস্থানটোত বিশ্বব্যাপী কৃষি ৰক্ষাৰ বিষয় সম্পৰ্কত মত ব্যক্ত কৰে তেওঁলোকে।

কিছুদিন পূৰ্বে কৃষি জাগৰণৰ মুখ্য সম্পাদক এম চি ডমিনিকৰ উদ্যোগত গঠন কৰা হৈছিল Agriculture Journalist Association of India চমুকৈ AJAI। উক্ত AJAI গঠনৰ সময়ত  ভাৰ্চুৱেলী উপস্থিত আছিল IFAJৰ সভাপতি লেনা জনছন। লেনা জনছনৰ লগতে লিণ্ডি বোথা আৰু আলিদা থিয়েৰীক কৃষি জাগৰণৰ প্ৰতিষ্ঠাপক এম চি ডমিনিক আৰু তেওঁৰ গোটেই দলটোৱে ভাৰতীয় পৰম্পৰাৰে আদৰণি জনায়।

অনুষ্ঠানত লেনা জনছনে তেওঁৰ ভাৰত ভ্ৰমণৰ অভিজ্ঞতা আৰু কৃষি জাগৰণৰ দলৰ সৈতে কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তেওঁৰ চিন্তা শ্বেয়াৰ কৰিছিল। তেওঁ আইএফএজেৰ কৃষি জাগৰণ সদস্যপদ পোৱাৰ কথাও উল্লেখ কৰে।

IFAJ President Lena Johanson at KJ Choupal

একে সময়তে, তেওঁ কৃষি জাগৰণক ভৱিষ্যতে সফলতাৰ শিখৰত উপনীত হোৱাৰ বাবে শুভকামনা জনায়। কৃষি জাগৰণৰ সাংবাদিক সকলক আন্তঃৰাষ্ট্ৰীয় কৃষি সাংবাদিক ফেডাৰেশ্যন IFAJত সংযুক্ত হবলৈ আহ্বান জনায় লেনা জনছনে।

উল্লেখ্য যে এই অনুষ্ঠানটোত মুখ্য সম্পাদক এম চি ডমিনিকৰ লগতে উপস্হিত আছিল কৃষি জাগৰণৰ ডাইৰেক্টৰ ছাইনি ডমিনিক, অপাৰেটিং অফিটাৰ ড০ পি কে পাণ্ট, কণ্টেন্ট হেড সঞ্জয় কুমাৰ, কনটেণ্ট প্ৰবন্ধক পংকজ খান্না, ছ'চিয়েল মিডিয়াৰ জিএম নিশান্ত তাক আৰু কৃষি জাগৰণৰ সকলো কৰ্মচাৰী।

লগতে পঢ়ক-লাখ লাখ কৃষকে সামূহিকভাৱে সংগঠিত দুগ্ধ খণ্ডত বিপ্লৱ আনিছে: এনডিডিবিৰ অধ্যক্ষ

English Summary: IFAJ President Lena Johanson at KJ Choupal
Published on: 16 September 2022, 06:00 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now