1. News

খেতিৰ দিহা : খৰাঙৰ বাবে ৰুৱ নোৱৰা মাটিখিনিত কি কৰিব?

PANKAJ KHANIKAR
PANKAJ KHANIKAR

তীব্ৰ খৰাঙত এতিয়া ৰাজ্য। বহু কৃষকে খৰাঙৰ বাবে ৰুৱ পৰা নাই ধান। জানিব পৰা মতে খৰাঙৰ বাবে ৰাজ্যৰ হাজাৰ হেক্টৰ কৃষিভূমি ছন পৰা দিশে আগদবাঢ়িছে। যাৰফলত ধান খেতি কৰিয়েই পৰিয়াল পোহপাল দিয়া গ্ৰাম্যকৃষকসকল অনাগত দিনত বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব।

কিন্তু ইয়াৰ পৰিতান পাব পাৰে অসমৰ কৃষকসকল। ধান খেতিতকৈ অধিক লাভ হোৱাৰ স্থল আছে গ্ৰাম্য কৃষকসকলৰ।খৰাঙৰ বাবে ৰুৱ নোৱৰা মাটিখিনিত কৃষকসকলে শীতকালীন খেতিসমূহ কৰিব পাৰে।

যেনে-ফ্ৰেন্সবিন, ৰঙালাও, কেৰেলা, মাটিমাহ, ৰহৰমাহ, আলু, জলকীয়া, সৰিয়হ লগতে অন্যান্য শীতকালীন শস্য। এই শস্যসমূহৰ খেতি কৰি ধানতকৈ দুগুণ উপাৰ্জন কৰিব পাৰিব কৃষকসলে।

১ কেজিৰ ধানৰ মূল্য সাধাৰণতে ১৩ টকা। কিন্তু ওপৰত উল্লিখিত শস্যসমূহৰ অধিকাংশৰে প্ৰতিকেজিৰ মূল্য ৪ পৰা ৬০ টকাৰ ভিতৰত। গতিকে এই শস্যসমূহৰ খেতি কৰি আপুনি ধান খেতিতকৈ অধিক উপাৰ্জন কৰিব পাৰিব।

লগতে পঢ়ক- এবিঘা মাটিতে ২০-৩০ কুইন্টলকৈ ফ্ৰেঞ্চবিন কিদৰে উৎপাদন কৰিব

English Summary: idea of cultivation

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.