Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 23 October, 2022 1:53 PM IST
হেকাৰৰ পৰা কেনেকৈ বাচিব

প্ৰযুক্তিৰ দ্ৰুত উন্নয়নে দৈনদ্দিন  জীৱনলৈ অভাৱনীয় সুযোগ-সম্ভাৱনা কঢ়িয়াই আনিছে ইয়াৰ  সমান্তৰালভাৱে কঢ়িয়াই আনিছে অনিশ্চয়তা আৰু দুঃচিন্তা। কাৰণ আজিৰ পৃথিবীখনত এটা সৰু ভুলৰ বাবে গোটেই জীৱনটো প্ৰস্তাৱ লগা হয়। ধৰা হওঁক- এজন লোকে আপোনাৰ মবাইলত অহা ৬ টা নম্বৰ আপোনাক খুজিলে। আপুনি একো নভৱাকৈ দি দিলে। তাৰপাছত এদিন ছোৱালীৰ বিয়াৰ বাবে বেংকৰ পৰা পইচা উলিয়াবলৈ গৈ দেখিলে আপোনাৰ বেংকত জমা শূন্য।

সম্প্ৰতি আমি বেংকত ধন জমা কৰি নিশ্চিন্ত মনে থাকো। কিন্তু আপোনাৰ এক মিনিট বা আধা মিনিট সময়ৰ এটা ভুলৰ বাবে আপোনাৰ একাউন্টত থকা জমা ধন শূন্য হ’ব পাৰে।  এনেদৰে আপোনাৰ জমা ধন কোনোবাই বেংকৰ পৰা উলিয়াই নিয়াটোক সাধাৰণতে  Hack হেক কৰা বুলি কয়। এই হেক মানে হৈছে আনৰ কিবা এটা বস্তুক নিজৰ নিয়ন্ত্ৰনত কৰা। অৰ্থাত আপোনাৰ বেংকৰ একাউন্টটো অন্য কোনোবাই চলাই থাকিব পৰা। আপোনাৰ বাবে ই অসম্ভৱ যেন নালাগিবও পাৰে। কিন্তু আজিৰ টেকনʼলʼজীৰ  যুগত ই সম্পূৰ্ণ ৰূপে সম্ভৱ।

লগতে পঢ়ক- 

অসম কৃষি বিশ্ববিদ্যালয়ৰ মতে কোনবোৰ সৰিয়হ বীজ অসমৰ মাটিৰ উপযোগী

নিজৰ প্ৰাইভেট মোবাইল নম্বৰ আনক প্ৰেৰণ কৰা

নিজৰ প্ৰাইভেট মোবাইল নম্বৰ অৰ্থ হৈছে _ আমি আমাৰ নিজৰ মোবাইল নম্বৰটো বিভিন্ন কামৰ বাবে সংযোগ কৰো যেনে বেংকৰ একাউণ্টৰ লগত আধাৰ কাৰ্ড আদি। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যিটো মোবাইল নম্বৰ বেংকৰ একাউণ্টৰ লগত সংযোগ থাকে, সেই নম্বৰটো আনক প্ৰেৰণ কৰাটো নিজৰ বাবে ক্ষতিকাৰক।

অচিনাকি ব্যক্তিক নিজৰ ডকোমেণ্ট প্ৰেৰণ কৰা

বেংকৰপৰা অহা অ,টি,পি (OTP) প্ৰেৰণ কৰা

অচিনাকি ব্যক্তিক যদি কিবা তথ্য প্ৰেৰণ কৰে, যেনে_ আধাৰ কাৰ্ড,পেন কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক একাউণ্টৰ বিৱৰণ আদি। তেতিয়া দুষ্টচক্ৰ‌ই এই তথ্য খিনি ব্যৱহাৰ কৰি আপোনাৰ নামত অনলাইন ধনৰ লেনদেন হোৱাৰ সম্ভাৱনা থাকে।

হেকাৰৰ পৰা কেনেকৈ বাচিব?

  • অচিনাকি ব্যক্তিক নিজৰ ডকোমেণ্ট দিব নালাগে।
  • সন্দেহ জনক ব্যক্তিক নিজৰ মোবাইল ফোনটো গতাই দিব নালাগে।
  • বেংকৰ পৰা অহা OTP কাকো দিব নালাগে।
  • অদৰকাৰী এপ্লিকেচন ফোনত ডাউনলড কৰিব নালাগে।
  • অলাগতীয়াল লিংকত ক্লিক কৰিব নালাগে।
  • থাৰ্ডপাৰ্টী এপ্লিকেচনৰ পৰা টকা লেনদেন কৰিব নালাগে।
  • এ,টি,এম,ৰ পৰা প‌ইচা ওলাউতে পিনকড গোপনীয়তা ভাৱে ৰাখিব লাগে।
  • এ,টি,এম,ৰ পৰা ওলোৱা ৰিচিভ পেলায় দিব নালাগে।
  • এ,টি,এমৰ পিনকড পাৰিলে মাজে মাজে সলনি কৰি থাকিব লাগে।

কিবা কাৰণত আপোনাৰ মোবাইল নম্বৰত অহা OTP  কোনোবাই বিচাৰিলে কোনো কাৰণত দিব নালাগে।

লগতে পঢ়ক- 

৮ বছৰত কৰা সংস্কাৰৰ বাবে ভাৰত আজি ৫ম বৃহত্তম অৰ্থনীতি- প্ৰধানমন্ত্ৰী মোডী

English Summary: How do hackers pick their targets? -
Published on: 23 October 2022, 01:45 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now