Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 3 August, 2022 5:43 PM IST
Founder and Editor-in-chief of Krishi Jagran & Agriculture World, MC Dominic and Director, Shiny Dominic proudly holding the flag

ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ভাৰতৰ অন্যতম কৃষি মিডিয়া হাউচ ‘কৃষি জাগৰণে’  'হৰ ঘৰ  ত্ৰিৰংগা’ আন্দোলনক শক্তিশালী কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে। কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ সকলো সদস্যই হাতত জাতীয় পতাকা লৈ কাৰ্যালয়ৰ ভিতৰ অভিযান আৰম্ভ কৰে। কৃষি জাগৰণৰ সদস্যসকলে কয় যে  'পৰিৱৰ্তন ঘৰতে আৰম্ভ হয়,'। কৃষি জাগৰণ পৰিয়ালৰ প্ৰতিজন কৰ্মচাৰীয়ে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী প্ৰচাৰৰ বাবে সহমত পোষণ কৰে।

এই সন্দৰ্ভত কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক কয়- "মই ভাবো আমাৰ দেশৰ বাবে এনে এক বিশাল অভিযানৰ অংশীদাৰ হব পৰাতো গৌৰৱৰ কথা।মই ইতিমধ্যো প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাইছো। আৰু কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ সকলো সদস্যক ইয়াৰ অংশীদাৰ হব বাবে অনুৰোধ জনাইছো। এই এইদৰেই মন্তব্য আগবঢ়াই কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ মুখ্য সম্পাদক এম চি ডমিনিকে কাৰ্যলয়ৰ ভিতৰতে পতাকা উত্তোলন কৰে। ত্ৰিৰংগা পতাকা উত্তোলন কৰি তেওঁ কয় অনৈক্যৰ মাজত ঐক্য সৃষ্টিৰ লক্ষ্য এই হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী। কৃষি জাগৰণ মিডিয়া গ্ৰুপেও এই উদ্দেশ্য দীৰ্ঘদিন ধৰি কাম কৰি আহিছে।

লগতে তেওঁ কয়, "কৃষি জাগৰণে প্ৰতিখন গাঁৱৰ প্ৰতিজন ভাৰতীয় কৃষকে যাতে পতাকা পিন্ধে আৰু এই #HarGharTiranga আন্দোলনক অধিক শক্তিশালী কৰি তোলাটো নিশ্চিত কৰিবলৈ যথাসাধ্য চেষ্টা কৰিব। আমাৰ উদ্দেশ্য সদায় কৃষকসকলৰ বিকাশৰ বাবে কাম কৰা আৰু ইয়াতো আমি একেটা কামকে কৰিম। কৃষকসকল মহান ভাৰতৰ এটা অতি মূল্যৱান অংশ। আমি নিশ্চিত কৰিম যে তেওঁলোকে আগবাঢ়ি যাওঁক আৰু পিছপৰা বুলি অনুভৱ কৰিব অনুভৱ নকৰে।"

Founder and Editor-in-chief of Krishi Jagran & Agriculture World, MC Dominic's Tweet.

উল্লেখ্য যে কৃষি জাগৰণ মিডিয়া গ্ৰুপে বিভিন্ন ৰাজ্যৰ প্ৰায় ১২ টা ভাষাত বাতৰি আগবঢ়ায়। এই প্ৰতিখন ৰাজ্যৰ জনতাৰ মাজত ইতিমধ্যে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ কাম-কাজক বিভিন্ন মাধ্যমেৰে কৃষি জাগৰণ মিডিয়া গ্ৰুপে প্ৰচাৰ কৰি আহিছে। শেষত প্ৰতিজন পঢ়ুৱৈ, দৰ্শক, শ্ৰোতালৈ কৃষি ডাগৰণ মিডিয়া গ্ৰুপৰ আহ্বান- আমি সকলো সদস্যই সামাজিক মাধ্যমত আমাৰ প্ৰফাইল ফটো সলনি কৰিছো আৰু আপোনালোকেও হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফল ৰূপায়ণ কৰিবলৈ চৰকাৰ সহযোগিতা কৰক।

লগতে পঢ়ক- ICAR ৰ নৱ নিযুক্ত সঞ্চালক প্ৰধান ড০ হিমাংশু পাঠকক সাক্ষাৎ কৃষি জাগৰণৰ

English Summary: HarGharTiranga: Krishi Jagran joins PM Modi’s campaign
Published on: 03 August 2022, 05:43 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now