1. News

শোণিতপুৰৰ ন বিলত ৪০০ মহিলাৰ সেউজ বিপ্লৱৰ সুচনা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Green revolutin in sonitpur
Green revolutin in sonitpur

শোণিত পুৰত কৃষি বিপ্লৱ। ৩৫০ বিঘা মাটিত ৪০০ গৰাকী মহিলাই জিলা কৃষি বিভাগৰ উদ্যোগত জয়মতী কৃষক উতপাদিকা গোটৰ সহয়োগত আৰম্ভ কৰিছে মাটিমাহৰ খেতি। সোমবাৰে জিলা কৃষি বিষয়াসকলৰ উপস্থিতিত সদস্যসকলে মাটিমাহৰ বীজ সিঁচা কাৰ্যৰ শুভাৰম্ভ কৰে।

উল্লেখ্য যে বিগত বৰ্ষত এশ বিঘা মাটিত ৰঙালাও, ৮০০ বিঘা মাটিত সৰিয়হ আৰু ২০ বিঘা মাটিত আলু খেতি কৰি প্ৰায় ২৫ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল এই মহিলাসকল।

এই বৰ্ষতো এই ৪০০ শ গৰাকী মহিলাই কৃষি উৎপাদক মাটি মাহৰ লগতে  ১০০বিঘা মাটিত আলু,  ২০০০ বিঘা মাটিত সৰিয়হ আৰু ১০০০ বিঘা মাটিত ৰঙালাও খেতিৰ কাম আৰম্ভ কৰিছে।

সোমবাৰে ন বিলত ৭০ বিঘা মাটিত জয়মতী কৃষি উৎপাদক গোটৰ সম্পাদিকা কমল কুমাৰী বড়োৱে নিজেই ট্ৰেক্টৰ চলাই মাটি মাহৰ বীজ সিঁচাৰ কাৰ্য শুভাৰম্ভ কৰি গোটটোৰ মহিলাসকলক উতসাহিত কৰে।

লগতে পঢ়ক- মাটি নহ’লেও ঘৰতে পাতিব পাৰিব ওলোমা বাগিছা

English Summary: Green revolutin in sonitpur

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.