1. News

ব্যবসায়িকভাৱে মটৰ মাহৰ খেতি কিদৰে কৰিব পাৰি!

KJ Staff
KJ Staff
মটৰমাহৰ খেতি
মটৰমাহৰ খেতি

অসমৰ প্ৰায়বোৰ কৃষতে কম - বেছি পৰিমাণে মটৰ মাহৰ খেতি কৰে। কিন্তু ব্যবসায়িকভাৱে বৰ্তমানেও অসমৰ খেতিয়কসকলৰ মাজত জনপ্রিয় হৈ উঠা নাই। কিন্তু এই মটৰমাহৰ খেতি কৰি যথেষ্ট লাভান্বিত হ’ব পাৰে কৃষকসকল।

ব্যবসায়িকভাৱে মাটিৰ মাহৰ খেতি কৰি প্রতি হেক্টৰত ১০- ১৫  উৎপাদন কৰিব পাৰি । মটৰ মাহ যিকোনো ধৰণৰ মাটিতেই কৰিব পাৰি যদিও পানী নির্গমনৰ সুবিধা থকা বালিচহীয়া মাটিহে অধিক উপযুক্ত । টি -১৩৬ ( ১১০-১২০ ) , বোনেভিলে ( ১০০-১২০ ) , চি ইউ পি ( ১১৫-১২৫ ) , কে এফ পি ডি -১ ( ১০০-১০৫ ), ৰাস্না ( ১২০-১২৫ ) আদি মটৰ মাহৰ সঁচ অসমৰ জলবায়ুৰ বাবে অনুমোদিত |

বীজ সিঁচাৰ সময় : মটৰ মাহৰ বীজ সিঁচাৰ উপযুক্ত সময় হৈছে অক্টোবৰৰ মাজভাগৰ পৰা নৱেম্বৰৰ মাজভাগলৈ । বীজৰ পৰিমাণ ৪ বিঘাই পতি ৭-১০ কিলোগ্রাম । বীজ শোষনঃ মটৰ মাহৰ বীজবোৰ সিঁচাৰ আগতে প্রতিকিলো বীজ এক গ্ৰামকৈ থিৰাম বা কেপটান দৰবেৰে শোধন কৰিব লাগে।

পথাৰ প্রস্তুতি : পথাৰখন তিনি - চাৰিবাৰকৈ ভালকৈ হাল বাই বিঘাইপতি ছয় কুইণ্টলকৈ পচন সাৰ বা শুকান গোবৰ প্ৰয়োগ কৰিব লাগে । ৰাইজ'বিয়াম কালচাৰ ব্যৱহাৰ নকৰিলে বিঘাইপতি হয় কিলোগ্রাম ইউৰিয়া আৰু ৪০ ।

লগতে পঢ়ক- অসমত দাম বৃদ্ধি হ’লেই হুলস্থুল লগা এবিধ পাচলি পিঁয়াজ

English Summary: green pea cultivation in Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.