1. News

FOOD CORPORATION OF INDIA ত ১১৩ টা মেনেজাৰৰ পদ খালী

KJ Staff
KJ Staff

FCI অৰ্থাত FOOD CORPORATION OF INDIA ত খালী হৈছে বহু পদ। মুঠ ১১৩ টা মেনেজাৰৰ পদৰ বাবে ভাৰতৰ যিকোনো ঠাইৰ পৰা আৱেদন আহ্বান কৰিছে কৰ্তৃপক্ষই। যোগ্য, আগ্ৰহী আবেদনকাৰীয়ে অনলাইন আৱেদন কৰিব পাৰে। আৱেদনৰ অন্তিম তাৰিখ ২৬ ছেপ্টেম্বৰ ২০২২।

পদসমূহ General/ Movement/ Accounts/ Technical/ Civil Engineering/ Electrical Mechanical Engineering) আৰু Manager (Hindi) হিচাপে ভাগ কৰা হৈছে। North zone ৰ বাবে ৩৮ টা, SOUTH ZONE ১৬ টা পদ, EAST ZONE ত ২১ টা পদ, WEST ZONE ত ২০ টা পদ আৰু NORTH EAST ZONE ত ১৮ টা পদ।

শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত Manager (Hindi), Manager (General), ৰ বাবে ৬০ শতাংশ নম্বৰেৰে স্নাতক হ’ব লাগিব। Manager (Accounts) ৰ বাবে MBA ত post graduate, Manager (Technical) ৰ বাবে B.Sc.Agri নতুবা B.Tech, B.E ডিগ্ৰীধাৰী হ’ব লাগিব। Manager (Civil Engineering) ৰ বাবে Civil Engineering ৰ ডিগ্ৰী আৰু Manager (Electrical Mechanical Engineering) ৰ বাবে Electrical Engineering আৰু Mechanical Engineering ৰ ডিগ্ৰী থাকিব লাগিব।

বয়সৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলৰ বয়স ২৮ বছৰৰ ভিতৰত হ’ব লাগিব> কিন্তু Manager (Hindi) ৰ বাবে ৩৫ বছৰ ধাৰ্য কৰা হৈছে। সংৰক্ষিত শ্ৰেণীৰ বাবে বয়স ৰেহাইৰ ব্যৱস্থা আছে। SC আৰু SC ৰ বাবে ৫ বছৰ আনহাতে OBC ৰ বাবে ৩ বছৰ ৰেহাই কৰা হৈছে। এই পদসমূহৰ বাবে আৱেদনৰ মূল্য সাধাৰণ শ্ৰেণীৰ বাবে ৮০০ টকা আনহাতে SC, ST, PWD আৰু মহিলাসকলৰ আৱেদনৰ কোনো মূল্য নাই। উপৰোক্ত পদসমূহত আৱেদনৰ বাবে VISIT কৰক FCI ৰ OFFICIAL WEBSITE....www.fci.gov.in ত।

লগতে পঢ়ক- কেৰালাত উত্তৰ-পূৱৰ শ্ৰেষ্ঠ নাৰিকল খেতিয়ক বঁটা লাভ হাজোৰ পংকজ দাসৰ

English Summary: FCI RECRUITMENT-2022

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.