Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 11 September, 2022 10:41 AM IST
বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন কৃষকৰ

শনিবাৰে বটদ্ৰৱাৰ কৃষিপথাৰত অঘটন। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন কৃষকৰ।  কৃষি পথাৰত বিদ্যুৎ চালিত পাম্পেৰে পানী দি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় কৃষকজনৰ।

মৃত্যু হোৱা কৃষকজন বটদ্ৰৱা শলগুৰি সত্ৰৰ নাৰায়ণ কলিতা। পথাৰত বিদ্যুৎ চালিত পাম্পেৰে পানী দিয়াৰ সময়তে কৃষি পথাৰতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় কৃষকজনৰ।

ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছে বটদ্ৰৱা আৰক্ষী। আৰক্ষীয়ে মৃত কৃষকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে।

কৃষকগৰাকীৰ এই কৰুণ মৃত্যুত এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

লগতে পঢ়ক- ৰাজ্যৰ বান আৰু খৰাং পৰিস্থি সন্দৰ্ভত কৃষিমন্ত্ৰীৰ বৈঠক

English Summary: Farmers dead
Published on: 11 September 2022, 09:59 IST