1. News

আজিৰে পৰা লখিমপুৰ খেৰীত সংযুক্ত কিষাণ মৰ্চাৰ ৭২ ঘণ্টীয়া প্ৰতিবাদ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Farmers Begin 3-Day Protest Against Centre In Uttar Pradesh's Lakhimpur Kheri
Farmers Begin 3-Day Protest Against Centre In Uttar Pradesh's Lakhimpur Kheri

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত ৭২ ঘণ্টীয়া প্ৰতিবাদত। লখিমপুৰ খেৰী হিংসাৰ গোচৰত "ন্যায় বিচাৰি" সংযুক্ত কিষাণ মৰ্চাই প্ৰতিবাদ। পঞ্জাৱৰ প্ৰায় ১০,০০০ কৃষকে অংশগ্ৰহণ কৰিছে উত্তৰ প্ৰদেশৰ এই প্ৰতিবাদত।

এই সন্দৰ্ভ ভাৰতী কিষাণ ইউনিয়নৰ সভাপতি মনজিৎ সিং ৰায়ে কয় যে পঞ্জাৱৰ ১০,০০০ কৃষকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিব। "কিছুমান ৰেলত গৈ আছে আৰু কিছুমানে তেওঁলোকৰ নিজৰ বাহনত আহি আছে," কৃষকসকলে খেৰী হিংসাৰে জড়িত আশীষ মিশ্ৰৰ পিতৃ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰক বৰ্খাস্ত কৰাৰ দাবী জনাইছে।

উল্লেখ্য  আশীষ মিশ্ৰৰ বিৰুদ্ধে যোৱা বছৰ অক্টোবৰত লখিমপুৰ খেৰীত ৮ প্ৰতিবাদী কৃষকৰ ওপৰত গাড়ী চলাই হত্যা কৰা এটা গোচৰত অভিযুক্ত হৈ আছে। লগতে প্ৰতিবাদী কৃষকসকলে কৃষি আইনৰ বিৰুদ্ধে বছৰজোৰা প্ৰতিবাদৰ সময়ত কৃষকসকলৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰ প্ৰত্যাহাৰ কৰা।

লগতে প্ৰতিবাদৰ সময়ত মৃত্যু হোৱা কৃষকসকলৰ পৰিয়ালক ক্ষতিপূৰণ দাবী কৰে। উল্লেখ্য যে ৰাকেশ টিকাইত, দৰ্শন পাল আৰু যোগিন্দৰ সিঙৰ দৰে জ্যেষ্ঠ কৃষক নেতাই এই তিনিদিনীয়া প্ৰতিবাদী কাৰ্যসূচীত অংশ ল'ব।

লগতে পঢ়ক- ভাৰতীয় ডাক বিভাগত ১ লাখ চাকৰি

English Summary: Farmers Begin 3-Day Protest Against Centre In Uttar Pradesh's Lakhimpur Kheri

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.