1. News

বীজ সিঁচাৰ ৬০-৭০ দিনলৈ শস্যক সুৰক্ষা দিব কৰ্টেভাৰ অত্যাধুনিক প্ৰযুক্তিয়ে : ডাঃ প্ৰশান্ত পাত্ৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Corteva to Launch Cutting-edge Technology
Corteva to Launch Cutting-edge Technology

মঙলবাৰে কৰ্টেভাৰ বিজ্ঞানীসকলে মেডাক অঞ্চলৰ টুপ্ৰাণ ৰিচাৰ্চ চেণ্টাৰ (টি আৰ চি)ত  সংবাদমেল সম্বোধন কৰি জনায় যে কৰ্টেভাই নিৰ্মাণ কৰি থকা অত্যাধুনিক প্ৰযুক্তিয়ে শোধন কৰা বীজবোৰৰে শস্যক বীজ সিঁচাৰ ৬০ৰ পৰা ৭০ দিনলৈকে পোক-পৰুৱাৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব।

বীজৰ চাহিদা বৃদ্ধি আৰু শস্য সুৰক্ষা আৰু ইয়াক ডিজিটেল মাধ্যমৰে কেনেদৰে এই সমস্যাসমনূহ সমাধান কৰিব পৰি এই কৰ্টেভা এগ্ৰিচাইন্স নামৰ প্ৰতিষ্ঠানটোৱে বিশ্বজুৰি কৃষকসকলক সহায় কৰি আছে। ৰোগ, পোক-পতংগ/কীট-পতংগৰ পৰা আৰম্ভ কৰি অভাৱনীয় বতৰ আৰু জলবায়ু পৰিৱৰ্তনৰ পৰিস্থিতিলৈকে কৃষকসকলে স্বাস্থ্যসন্মত শস্য উৎপাদন কৰিবলৈ বহু সময়ত প্ৰত্যাহ্বানৰ সন্মুখীন হয়।

এই প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ কৰ্টেভাই নতুনকৈ আৱিষ্কাৰ কৰি উলিয়াইছে শস্যত কীট-পতংগ আৰু ৰোগৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰাৰ বাবে এক বীজ শোধন যন্ত্ৰ। পৰীক্ষামূলক ভাৱে ই উল্লেখযোগ্য ফলাফল দিছে জানিবলৈ দিয়ে গৱেষকসকলে। এই প্ৰযুক্তিৰ দ্বাৰা বীজ পৰিশোধন কৰিলে বীজবোৰৰ পৰা ওলোৱা পুলিসমূহ নিৰোগী হয়। তেওঁলেকে কয় এই প্ৰযুক্তিয়ে যদিয়ে বৰ্তমানলৈ কৰি থকা ফলাফলৰ দৰে সুফল প্ৰদৰ্শন কৰে ই দেশৰ কৃষিখণ্ডলৈ আনিব এক বিৰাট পৰিৱৰ্তন।

কৰ্টেভা এগ্ৰিচাইন্সে  আয়োজন কৰা সংবাদমেলখনত কৃষি জাগৰণৰ মিডিয়া গ্ৰুপৰ চি অ’ অ’  ডঃ পি কে পাণ্ট আৰু AJAI ৰ নৱনিযুক্ত ডিজি বীজ প্ৰয়োগ প্ৰযুক্তি পৰ্টফলিঅ’ এপিএচিৰ আঞ্চলিক বাণিজ্যিকীকৰণ আৰু ব্যৱসায়িক মুৰব্বী প্ৰশান্ত পাত্ৰই।

লগতে পঢ়ক- 

আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ দিশে আৰু এখোজ তেজপুৰ লিচুৰ

English Summary: Corteva to Launch Cutting-edge Technology in Seed Treatment: Dr. Prasanta Patra

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.