Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 11 November, 2024 5:26 PM IST
Coming Soon The Millionaire Farmer of India 2024

১-৩ ডিচেম্বৰলৈ কৃষি জাগৰণ মিডিয়া গ্ৰুপে মহিন্দ্ৰা টেক্টৰ’ছৰ পৃষ্ঠপোষকতাত  দ্বিতীয়বাৰৰ বাবে আয়োজন কৰিছে The Millionaire Farmer of India 2024  কৃষক বঁটা অনুষ্ঠান। দেশ-বিদেশৰ প্ৰগতিশীল কৃষকৰে ভৰি পৰিব IARI মেলা গ্ৰাউণ্ড, পুচা, নতুন দিল্লী (IARI Mela Ground, Pusa, New Delhi)। কৃষি কৰ্ম, পশুপালন, আত্মসহায়ক গোট, FPO আদিৰে সফলতা প্ৰদৰ্শন কৰা ব্যক্তি আৰু গোট সমূহক এই অনুষ্ঠানত প্ৰদান কৰা হ’ব বঁটা।

ভাৰত বৰ্ষৰ বিভিন্নপ্ৰান্তৰ কৃষকৰ লগতে অসমৰো শতাধিক প্ৰগতিশীল কৃষকে অংশগ্ৰহণ কৰিব। Millionaire Farmer of India 2024 অনুষ্ঠানতে দেশৰ আটাইতকৈ পুৰুষ ধনী কৃষক আৰু ধনী মহিলা কৃষকগৰাকীকো নিৰ্বাচন কৰি বঁটা প্ৰদান কৰিব। Millionaire Farmer of India কৃষক বঁটা অনুষ্ঠানটোৰ জড়িয়তে কৃষিখণ্ডত লুকাই থকা সম্ভাৱনাসমূহক লোকচক্ষুৰ মাজলৈ লৈ যোৱাটোৱেই কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ প্ৰধান আৰু মুখ্য উদ্দেশ্য। কৃষিক্ষেত্ৰখনৰ লগত জড়িত হৈয়ো এজন ব্যক্তি ধনী বা লাখপতি হব পাৰে, কোটিপতি হ পাৰে? সেই বাৰ্তা প্ৰদানৰ উদ্দেশ্য দেশৰ সফল কৃষকসকলক সন্মান জনোৱা হ- এই অনুষ্ঠানৰ জড়িয়তে।

লগতে পঢ়ক-

১-৩ ডিচেম্বৰলৈ নতুন দিল্লীত Millionaire Farmers of India Award 2024

English Summary: Coming Soon The Millionaire Farmer of India 2024
Published on: 11 November 2024, 04:38 IST