Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 6 April, 2023 1:50 PM IST

কৃষিভূমিত কীটনাশক ব্যৱহাৰ তথা ইয়াৰ প্ৰয়োগৰ ৰোধৰ ওপৰত প্ৰয়োজনীয় সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ বাবে সাজু হৈছে চৰাইদেউ জিলা কৃষি বিভাগ।

বুধবাৰে জিলা কৃষি বিভাগৰ 'District Level Task Force' সদস্যসকলে জিলাখনৰ ডিলাৰ, ৰাসায়নিক সাৰ, কিটনাশকৰ ক্ষুদ্ৰ বিক্ৰেতা আৰু তথা খেতিয়কসকলৰ সৈতে এখন সজাগতা আৰু প্ৰশিক্ষণ সভাৰ আয়োজন কৰা হয়।

লগতে পঢ়ক- 

শোণিতপুৰৰ বিস্তীৰ্ণ এলেকাত নিজে নিজে গজি উঠিছে এবিধ দুৰ্লভ প্ৰজাতিৰ ধান

জিলা কৃষি বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সজাগতা মূলক সভাখনত কিটনাশক প্ৰয়োগ আৰু বিক্ৰীৰ ক্ষেত্ৰত নিৰ্দিষ্ট নীতি নিৰ্দেশনাৰ সন্দৰ্ভত কৃষক তথা বিক্ৰেতাসকলক কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰে সাপেখাতি-২ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া অভিজিত চেতিয়াই৷

অনুষ্ঠানটো উদ্বোধন কৰে জিলা কৃষি বিষয়া ৰবীন য়েইন ডাঙৰীয়াই৷ কৃষি উন্নয়ন বিষয়া ক্ৰমে নিলাক্ষী ঢেকিয়াল ফুকন, কল্পনা গগৈ আৰু জেৰিফা উল্লাহ। লগতে উপস্থিত থাকে বিভাগীয় বিষয়া কৰ্মচাৰী তথা কিটনাশকৰ ক্ষুদ্ৰ বিক্ৰেতাসকল।

লগতে পঢ়ক- 

পথাৰত নিষিদ্ধ কীটনাশক ব্যৱহাৰ কৰিলে যাব পাৰে জে'ললৈ!

English Summary: Awareness programme on banned pesticides in Charaidew
Published on: 06 April 2023, 01:49 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now