Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 10 September, 2022 3:48 PM IST
পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আঁচনি সমূহৰ ৰূপায়ণ সন্দৰ্ভত অতুল বৰাৰ বৈঠক

শুকুৰবাৰে জনতা ভৱনত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক। বৈঠকত বিষয়াসকলৰ পৰা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কাম-কাজৰ শেহতীয়া অগ্ৰগতিৰ মন্ত্ৰীগৰাকীয়ে।

বৈঠকত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ লগতে দুগ্ধ উন্নয়ন বিভাগৰো আঁচনিসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ বিতং খতিয়ান লয় মন্ত্ৰীগৰাকীয়ে।

দুয়োটা বিভাগৰে কাম-কাজবোৰ অধিক গতিশীল কৰিবলৈ বিষয়াসকলক যাৱতীয় নিৰ্দেশনা দিয়ে।

বৈঠকত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সচিব তথা সঞ্চালিকা ইন্দিৰা কলিতা, সচিব অভিজিত বৰুৱা, অসম পশুধন আৰু হাঁহ-কুকুৰা নিগম পৰিসীমিতৰ পৰিচালন সঞ্চালিকা দীপালী দেৱী প্ৰমুখ্যে দুগ্ধ উন্নয়ন আৰু পশুপালন বিভাগৰ আন সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক- বিশ্বৰ পঞ্চম শক্তিশালী অৰ্থনীতিৰ ভাৰতৰ ফোঁপোলাস্বৰূপ

English Summary: ATUL BORAH MEET
Published on: 10 September 2022, 03:48 IST