1. News

পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কাম-কাজৰ শেহতীয়া অগ্ৰগতি লওঁ-অতুল বৰা

KJ Staff
KJ Staff
পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আঁচনি সমূহৰ ৰূপায়ণ সন্দৰ্ভত অতুল বৰাৰ বৈঠক
পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আঁচনি সমূহৰ ৰূপায়ণ সন্দৰ্ভত অতুল বৰাৰ বৈঠক

শুকুৰবাৰে জনতা ভৱনত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক। বৈঠকত বিষয়াসকলৰ পৰা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কাম-কাজৰ শেহতীয়া অগ্ৰগতিৰ মন্ত্ৰীগৰাকীয়ে।

বৈঠকত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ লগতে দুগ্ধ উন্নয়ন বিভাগৰো আঁচনিসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ বিতং খতিয়ান লয় মন্ত্ৰীগৰাকীয়ে।

দুয়োটা বিভাগৰে কাম-কাজবোৰ অধিক গতিশীল কৰিবলৈ বিষয়াসকলক যাৱতীয় নিৰ্দেশনা দিয়ে।

বৈঠকত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সচিব তথা সঞ্চালিকা ইন্দিৰা কলিতা, সচিব অভিজিত বৰুৱা, অসম পশুধন আৰু হাঁহ-কুকুৰা নিগম পৰিসীমিতৰ পৰিচালন সঞ্চালিকা দীপালী দেৱী প্ৰমুখ্যে দুগ্ধ উন্নয়ন আৰু পশুপালন বিভাগৰ আন সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক- বিশ্বৰ পঞ্চম শক্তিশালী অৰ্থনীতিৰ ভাৰতৰ ফোঁপোলাস্বৰূপ

English Summary: ATUL BORAH MEET

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.