Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 12 November, 2022 4:08 PM IST
শুকুৰবাৰে কৃষি বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে কৃষিমন্ত্ৰীৰ বৈঠক। বৈঠকত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী অতুল বৰাই।
আহি থকা প্ৰাকৃতিক কৃষি সংক্ৰান্তীয় সন্মিলন, অসম মিলেট অভিযানৰ শুভাৰম্ভণি অনুষ্ঠান আৰু কৃষি-উদ্যান শস্য প্ৰদৰ্শনীৰ প্ৰস্তুতিপৰ্বৰো বিভাগীয় বিষয়াৰ পৰা বুজ লয় মন্ত্ৰী বৰাই।

লগতে পঢ়ক-

পৰম্পৰাগত গো-পালনে অসমৰ কৃষিখণ্ডক ৫০ বছৰ পিছুৱাই ৰাখিছে

লগতে এই সন্মিলনসমূহ সফলতাৰে আয়োজন কৰাৰ ক্ষেত্ৰত সকলো প্ৰস্তুতি নিয়াৰিকৈ সম্পন্ন কৰিবলৈ বিষয়াসকলক যাৱতীয় নিৰ্দেশ প্ৰদান কৰে কৃষিমন্ত্ৰীগৰাকীয়ে।
বৈঠকত কৃষি সঞ্চালক অনন্ত লাল জ্ঞানী, ARIAS-ৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক ৰশ্নি আপাৰঞ্জী কোৰাটি, অতিৰিক্ত সচিবদ্বয় তেজ প্ৰসাদ ভুছল আৰু দীপশিখা দে, অসম বীজ নিগমৰ পৰিচালন সঞ্চালক শ্ৰী গুণজিৎ কাশ্যপ, উদ্যানশস্য সঞ্চালক শ্ৰী ত্ৰিৰংগ ভাৰতীয় বৰা আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক

কোকৰাঝাৰত আগতীয়া ফুলকবিৰে চমক

English Summary: ATUL BORAH MEET (1) (1)
Published on: 12 November 2022, 04:08 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now