-
-
বিদেশৰ বজাৰত অসমৰ কৃষকৰ কষ্টৰ ফচলৰ কেইখনমান আলোকচিত্ৰ
শেহতীয়াকৈ লণ্ডনৰ এখন মেগা মাৰ্টত অসমৰ "কাজি নেমু" দেখিবলৈ পোৱা গৈছে। খেতিয়কসকলৰ বাবে এয়া নিশ্চয়কৈ কঠোৰ পৰিশ্ৰমৰ আন এক প্ৰাপ্তি।
লগতে পঢ়ক-
অসমৰ কৃষক ৰাইজৰ কষ্টৰ ফচল লণ্ডনত। লণ্ডনৰ এখন মেগা মাৰ্টত অসমৰ কৃষকৰ কষ্টৰ ফচল "কাজি নেমু"।
শেহতীয়াকৈ বহিঃৰাজ্যৰ পাছতে ডুবাইৰ লুলু হাইপাৰ মাৰ্কেটত দেখিবলৈ পোৱা গ’ল অসমৰ অনাৰস।
ইফালে শেহতীয়াকৈ ABM Agri Indus - try & Research pvt. Ltd নামৰ এটা কোম্পানীয়ে মাজুলীৰ ৰঙা বাও চাউল মাজুলীৰ পৰা নি ছিংগাপুৰ, চৌডি আৰব, কুৱেটকে ধৰি বহুকেইখন আৰবীয়ান দেশত বিক্ৰীৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে।
অসমৰ খেতিয়কসকলৰ বাবে এয়া নিশ্চয়কৈ কঠোৰ পৰিশ্ৰমৰ আন এক প্ৰাপ্তি।
লগতে পঢ়ক-
English Summary: Assamese farmers product in foreign markets
Share your comments