1. News

শোণিতপুৰত ড্ৰীলৰ সহায়ত আহু আৰু কণী ধানৰ বীজ সিঁচা কাৰ্যসূচীৰ শুভাৰম্ভ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ড্ৰীলৰ সহায় ধান সিঁচা কাৰ্যসূচী
ড্ৰীলৰ সহায় ধান সিঁচা কাৰ্যসূচী

ৰাজ্যৰ কৃষিখণ্ডলৈ দিনে দিনে নতুনত্ব অহা পৰিলক্ষিত হৈছে। বিগত বৰ্ষটোতে ধান কটা মেচিন, মৰণা মৰা লগতে ভূঁই ৰোৱা যন্ত্ৰ, আলুগুটি ৰুৱা যন্ত্ৰ, আদা-হালধি ৰোৱা যন্ত্ৰই কৃষিখণ্ডত ভূমুকি মাৰিছিল।

সেই একে গতি চলিত বৰ্ষটোতো পৰিলক্ষিত হৈছে। শেহতীয়াকৈ শোণিতপুৰৰ পথাৰত দেখা গ’ল আহু আৰু কণী ধান সিঁচা যন্ত্ৰ। শোণিতপুৰ জিলা কৃষি কাৰ্যালয়ৰ অধিনত ড্ৰীল মেচিনৰ সহায়ত ধানৰ বীজ সিঁচে কৃষকসকলে।

ড্ৰীলৰ সহায় ধান সিঁচা কামটো অসমত একেবাৰে নতুন।  শোণিতপুৰত পৰীক্ষামূলকভাৱে আজি ড্ৰীলৰ সহায়ত সিঁচা হৈছিল ধান।

ড্ৰীলৰ সহায় বীজ সিঁচা কাৰ্যসূচীত  কৃষকসকলক ধান আৰু বাজৰা বীজ সিঁচাৰ বাবে বীজ ড্ৰিল ব্যৱহাৰ কৰাৰ উপকাৰিতাৰ বিষয়ে সজাগতা প্ৰদান কৰা হয়।

English Summary: Ahu Paddy Dry DSR Sowing program under APART in Sonitpur

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.