Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 18 December, 2022 4:00 PM IST
"সপ্তম অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা-২০২২"ৰ আজি দ্বিতীয়টো দিন।
দ্বিতীয়দিনৰ কাৰ্যসূচী অনুসৰি কৃষিমন্ত্ৰী অতুল বৰাই অসম আন্তৰ্জাতিক কৃষি-উদ্যানশস্য মেলাৰ বিপণীসমূহ পৰিদৰ্শন কৰে
পৰিদৰ্শন কালতে কেইবাবিধো ফুল আৰু ঔষধি গছৰ পুলি ক্ৰয় কৰে কৃষিমন্ত্ৰীগৰাকীয়ে।
পৰিদৰ্শন কালতে Shabnam Nursary বিপণীৰ ফালৰ পৰা এটি গছৰ পুলি উপহাৰ হিচাপে প্ৰদান কৰে কৃষিমন্ত্ৰীগৰাকীক।

লগতে পঢ়ক- 

খানাপাৰাত আজিৰে পৰা সপ্তম অসম আন্তজাৰ্তিক কৃষি-উদ্যান শস্য মেলা-২০২২

পৰিদৰ্শনকালত কৃষিমন্ত্ৰীগৰাকীয়ে কৃষক আৰু নাৰ্চাৰি লগত জড়িত ব্যক্তিসকলৰ লগত মত বিনিময়ো কৰে।
অসমৰ কৃষি তথা উদ্যানশস্য খণ্ডক উজ্জীৱিত কৰা এই মেলাখন ভ্ৰমণ কৰিবলৈ সকলোকে আহ্বান জনাইছোঁ।

লগতে পঢ়ক- 

অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলাৰ আজি দ্বিতীয়টো দিন

English Summary: Agriculture Minister Visit in 7th Assam International Agri Horti Show2022
Published on: 18 December 2022, 03:55 IST