Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 21 November, 2022 4:47 PM IST
1100 per month for children above 10 yrs.Open this account in post office now

ডাকঘৰৰ এম আই এছ হৈছে সঞ্চয় আঁচনি। এই আঁচনিৰ জৰিয়তে এবাৰ ধন জমা কৰি আপুনি প্ৰতিমাহে সুতৰ ৰূপত লাভ কৰিব ধন। এই সঞ্চয় আঁচনিৰ আছে বহু সুবিধা । এই আঁচনিৰ অধিনত ১০ বছৰৰ ওপৰৰ শিশুৰ নামত খুলিব পাৰিব একাউণ্ট। যদি আপুনি আপোনাৰ সন্তানৰ নামত এই বিশেষ একাউণ্টটো খুলে তেন্তে প্ৰতিমাহে উপাৰ্জন কৰা সুতৰে টিউচনৰ মাচুলৰ লগতে অন্যান্য যাৱতীয় খৰচ বহন কৰিব পাৰিব আপুনি। এই বিষয়ে অধিক বিৱৰণ পাব আমাৰ এই লেখাত।

ধন জমা কৰি নিশ্চিন্তমনে থাকিব পৰা এটাই প্ৰতিষ্ঠান আছে সেইটো হ’ল ডাকঘৰ। এই ডাকঘৰৰ এম আই এছ এনে এখন সঞ্চয় আঁচনি য’ত এবাৰ বিনিয়োগ কৰি সুতৰ ৰূপত সুত লাভ কৰিব পাৰিব ধন।এই সঞ্চয় আঁচনিৰ অধীনত ১০ বছৰৰ ওপৰৰ শিশুৰ নামতো একাউণ্ট খুলিব পাৰিব। যদি আপুনি আপোনাৰ সন্তানৰ নামত এই বিশেষ একাউণ্টটো খোলে  তেন্তে প্ৰতিমাহে উপাৰ্জন কৰা সুতৰ পৰা টিউচনৰ লগতে অন্যান্য যাৱতীয় খৰচ বহন কৰিব পাৰিব।

লগতে পঢ়ক- 

এজন অসাধাৰণ ব্যক্তি আলোক সাগৰৰ কথাৰে

দেশৰ যিকোনো ডাকঘৰতে এই একাউণ্ট খুলিব পাৰে। এই আঁচনিৰ অধীনত নন্যূতম ১০০০ টকা আৰু সৰ্বাধিক চাৰে চাৰি লাখ টকা জমা কৰিব পাৰিব। বিশেষ কথাটো হ’ল বৰ্তমান এই আঁচনিৰ অধীনত সুতৰ হাৰ ৬.৬ শতাংশ।

যদি আপোনাৰ সন্তানৰ বয়স ১০ বছৰ আৰু আপুনিও আপোনাৰ সন্তানটোৰ নামত ২ লাখ টকা জমা কৰে তেন্তে প্ৰতিমাহৰ ৬.৬% হাৰত আপোনাৰ সুত হ’ব ১১০০ টকা। এই ১১০০ টকাৰে আপুনি আপোনাৰ সন্তানৰ পঢ়া-শুনাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। এই পৰিমাণে অভিভাৱকসকলক যথেষ্ট সহায় কৰিব পাৰে আৰু জমাধন জমা ভাগেই থাকিব।

লগতে পঢ়ক- 

অসম মিলেট মিছন কি? অসমৰ কোনকেইখন জিলা সামৰি লোৱা হৈছে এই মিছনৰ অধীনত?

English Summary: 1100 per month for children above 10 yrs.Open this account in post office now
Published on: 21 November 2022, 04:33 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now