1. উদ্য়ানশস্য়

ফৰচুনী বাঁহ

KJ Staff
KJ Staff
Fortunie Bamboo
Fortunie Bamboo

ফৰচুনী বাঁহৰ বৈজ্ঞানিক নাম Sasa fortanei। এইবিধ অলংকাৰিক বাঁহৰ পাতবিলাক বগা আঁক(Stripe) থাকে। এইবিধ বাঁহ সাধাৰণতে ০.৫ৰ পৰা ১ মিটাৰ পৰ্য্যন্ত ওখ হয় আৰু ৰদ-ঘাই, পানী সহজে বাগৰি যাব পৰা সাৰুৱা মাটিত এই বাঁহৰ খেতি ভালদৰে কৰিব পাৰি।

সাধাৰণতে মূঢ়া আৰু তৃণকাণ্ডৰ পৃথকীকৰণ পদ্ধতিৰে অতি সহজতে এইবিধ বাঁহৰ বিস্তাৰণ কৰিব পাৰি। ফুল ওফুলাৰ তথ্য এই লেখকৰ হাতত মজুত নাই। ব্যৱহাৰিক দিশত এই বাঁহৰ মূল্য অধিক নহ’লেও অলংকাৰিক বাঁহ হিচাপে ব্যৱসায়ভিত্তিত খেতি কৰি অধিক অৰ্থ উপাৰ্জন কৰিব পাৰি।

English Summary: Fortunie bamboo

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.