Krishi Jagran Assam
Menu Close Menu

ফৰচুনী বাঁহ

Friday, 04 January 2019 06:26 PM

ফৰচুনী বাঁহৰ বৈজ্ঞানিক নাম Sasa fortanei। এইবিধ অলংকাৰিক বাঁহৰ পাতবিলাক বগা আঁক(Stripe) থাকে। এইবিধ বাঁহ সাধাৰণতে ০.৫ৰ পৰা ১ মিটাৰ পৰ্য্যন্ত ওখ হয় আৰু ৰদ-ঘাই, পানী সহজে বাগৰি যাব পৰা সাৰুৱা মাটিত এই বাঁহৰ খেতি ভালদৰে কৰিব পাৰি।

সাধাৰণতে মূঢ়া আৰু তৃণকাণ্ডৰ পৃথকীকৰণ পদ্ধতিৰে অতি সহজতে এইবিধ বাঁহৰ বিস্তাৰণ কৰিব পাৰি। ফুল ওফুলাৰ তথ্য এই লেখকৰ হাতত মজুত নাই। ব্যৱহাৰিক দিশত এই বাঁহৰ মূল্য অধিক নহ’লেও অলংকাৰিক বাঁহ হিচাপে ব্যৱসায়ভিত্তিত খেতি কৰি অধিক অৰ্থ উপাৰ্জন কৰিব পাৰি।

 

Fortunie bamboo

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2019 Krishi Jagran Media Group. All Rights Reserved.